গীত নং ৮
যিহোৱা আমাৰ আশ্ৰয়
(গীতমালা ৯১)
১. যি-হো-ৱা আ-শ্ৰয় আ-মাৰ,
তু-মি আ-মাৰ আ-শা!
তো-মাৰ যে ডেউ-কাৰ ত-লত,
পাওঁ আ-মি সু-ৰ-ক্ষা।
ক-ৰোঁ স-ম্পূ-ৰ্ণ ভ-ৰ-সা,
ন-হওঁ কে-তি-য়াও নি-ৰা-শা।
হয় তু-মি আ-মাৰ আ-শ্ৰয়,
ক-ৰা তু-মি আ-মাক স-বল।
২. হʼ-ব নাশ হা-জাৰ শ-ত্ৰুৰ
না-পাই তেওঁ-লোক ৰে-হাই;
বি-শ্বা-সী ন-ম্ৰ-লো-কে,
পা-ব যে প-ৰি-ত্ৰাণ।
তে-ন্তে কি-য় ক-ৰোঁ যে ভয়?
সু-ৰ-ক্ষা তো-মাৰ প-ৰা হয়।
যাঃ তু-মি আ-মাৰ দু-ৰ্গ,
বি-প-দত দি-য়া যে আ-শ্ৰয়।
৩. জী-ৱ-নৰ বা-টত য-দি
আ-হে স-ম-স্যাৰ জাল;
ক-ৰা যে ৰ-ক্ষা আ-মাক,
হৈ তু-মি আ-মাৰ ঢাল।
চয়-তা-নৰ জ-ল-ন্ত কাঁ-ড়ে,
আ-মাক বি-ন্ধি-ব নো-ৱা-ৰে।
যাঃ তু-মি আ-মাৰ আ-শ্ৰয়,
দে-খু-ৱা যে পো-হৰ আ-মাক।
(গীত. ৯৭:১০; ১২১:৩, ৫; যিচ. ৫২:১২ পদবোৰো চাওক।)