গীত নং ৯৮
ঈশ্বৰৰ প্ৰেৰণাৰে লিখা শাস্ত্ৰ
১. শা-স্ত্ৰই দি-য়ে পো-হৰ আ-মাক,
ক-ৰে দূৰ ম-নৰ আ-ন্ধাৰ।
স-ত্যৰ বা-ণী দি-য়ে পো-হৰ,
দে-খাই বাট আ-মাক জী-ৱ-নৰ।
২. যাঃৰ বা-ক্য হয় প্ৰ-দীপ-স্ব-ৰূপ,
দে-খাই বাট এই আ-ন্ধা-ৰত।
য-দি ক-ৰোঁ বা-ক্য পা-লন,
পাম আ-শীৰ্-বাদ এই জী-ৱ-নত।
৩. শা-স্ত্ৰৰ জ্ঞা-নে বু-জাই আ-মাক,
যি-হো-ৱাৰ অ-সীম প্ৰে-মক;
য-দি বা-ক্য প-ঢ়োঁ স-দায়,
স-ফল হ’-ব জী-ৱন আ-মাৰ।
(গীত. ১১৯:১০৫; হিতো. ৪:১৩ পদবোৰো চাওক।)