গীত নং ১২৪
চিৰকাল বিশ্বাসী হৈ থাকিম
(গীতমালা ১৮:২৫)
১. হে যি-হো-ৱা, থা-কিম আ-মি,
চি-ৰ-কাল হৈ বি-শ্বা-সী;
ক-ৰিম পা-লন, তো-মাৰ আ-জ্ঞা,
ক-ৰি-লোঁ এই প্ৰ-তি-জ্ঞা।
মা-নো য-দি নিৰ্-দেশ তো-মাৰ,
পাম জী-ৱ-নত আ-শীৰ্-বাদ।
স-দায় ল-গত তু-মি থা-কা,
আ-ছে আ-মাৰ ভ-ৰ-সা।
২. হৈ বি-শ্বা-সী ভাই-স-ক-লৰ,
স-ম-স্যাত থা-কোঁ কা-ষত;
দ-য়া আৰু প্ৰেম দে-খু-ৱায়,
ক-ৰোঁ স-হায় তেওঁ-লো-কক।
ক-ৰি বি-শ্বাস ভাই-স-ক-লক,
অ-ন্ত-ৰে-ৰে দিওঁ স-ন্মান।
বি-শ্বা-সী হৈ এ-ক-তা-ৰে,
থা-কিম আ-মি প্ৰে-মে-ৰে।
৩. হৈ বি-শ্বা-সী ভাই-স-ক-লৰ,
নে-তৃ-ত্বত চ-লিম আ-মি;
শু-নিম আ-মি ম-নো-যোগ দি,
স-ক-লো নিৰ্-দে-শ-না।
আ-শীৰ্-বাদ দি যাঃ-য়ে আ-মাক,
ক-ৰে যে শ-ক্তি-শা-লী।
থা-কি আ-মি হৈ নি-ষ্ঠা-ৱান,
চা-পোঁ কা-ষত যে তো-মাৰ।
(গীত. ১৪৯:১; ১ তীম. ২:৮; ইব্ৰী ১৩:১৭ পদবোৰো চাওক।)