গীত নং ১৬২
মোৰ আধ্যাত্মিক প্ৰয়োজন
(মথি ৫:৩)
১. আ-ছে জ-নাৰ প্ৰ-য়ো-জন,
এই সৃ-ষ্টিৰ ৰ-চোঁ-তা কোন?
বি-চা-ৰোঁ মই জা-নি-ব-লৈ,
জী-ৱ-নৰ উ-দ্দে-শ্য।
প-ঢ়ি বাই-বেল বু-জি-লোঁ,
ঈ-শ্ব-ৰৰ ব-ন্ধু হ’-লোঁ।
দি-য়ে বা-ক্যই আ-শা আ-মাক,
আ-ন-ন্দ পাওঁ ম-নত।
(কোৰাচ)
স-দায় প্ৰ-শং-সা ক-ৰিম,
চ-লিম তো-মাৰ, স-ত্য প-থত।
মই দিম, এই জী-ৱন তো-মাক
দি-য়া তু-মি শ-ক্তি।
ব-ঢ়ো-ৱা তু-মি
মোৰ, আ-ধ্যা-ত্মিক জ্ঞান।
২. জা-নোঁ লা-গি-ব স-ময়,
যি স-ত্য শি-কি-ছোঁ মই।
চ-লিম প-থত, যাঃৰ আ-দ-ৰ্শত,
বি-শ্বাস আ-ছে ম-নত।
য-দি নু-শু-নে লো-কে,
প্ৰা-ৰ্থ-না ক-ৰিম ম-নত।
পা-ব তেওঁ-লোক, শা-ন্তি প্ৰ-চুৰ,
আ-ন-ন্দ মোৰ দ-ৰে।
(কোৰাচ)
স-দায় প্ৰ-শং-সা ক-ৰিম,
চ-লিম তো-মাৰ, স-ত্য প-থত।
মই দিম, এই জী-ৱন তো-মাক
দি-য়া তু-মি শ-ক্তি।
ব-ঢ়ো-ৱা তু-মি
মোৰ, আ-ধ্যা-ত্মিক জ্ঞান।
স-দায় প্ৰ-শং-সা ক-ৰিম,
চ-লিম তো-মাৰ, স-ত্য প-থত।
মই দিম, এই জী-ৱন তো-মাক
দি-য়া তু-মি শ-ক্তি।
ব-ঢ়ো-ৱা তু-মি
মোৰ, আ-ধ্যা-ত্মিক জ্ঞান।
স-দায় প্ৰ-শং-সা ক-ৰিম,
চ-লিম তো-মাৰ, স-ত্য প-থত।
মই দিম, এই জী-ৱন তো-মাক
দি-য়া তু-মি শ-ক্তি।
ব-ঢ়ো-ৱা তু-মি
মোৰ, আ-ধ্যা-ত্মিক জ্ঞান।
(গীত. ১:১, ২; ১১২:১; ১১৯:৯৭; যিচ. ৪০:৮; মথি ৫:৬; ১৬:২৪; ২ তীম. ৪:৪ পদবোৰো চাওক।)