গীত নং ৯
যিহোৱাই আমাৰ একমাত্ৰ ৰজা!
(গীতমালা ৯৭:১)
১. ঈ-শ্বৰ যি-হো-ৱা অ-সীম তু-মি,
তো-মাৰ দ-ৰে নাই যে কো-নো দ্বি-তী-য়।
আ-হা ক-ৰোঁ প্ৰ-শং-সা তেওঁৰ গুণ-গান ক-ৰি;
প্ৰে-মৰ বা-বে ক-ৰোঁ যে জয়-গান।
(কোৰাচ)
হে আ-কাশ ধ-ৰ-ণী, ক-ৰা উ-ল্লাস তু-মি,
হʼল আ-ৰ-ম্ভ যি-হো-ৱাৰ ৰা-জ্য!
হে আ-কাশ ধ-ৰ-ণী, ক-ৰা উ-ল্লাস তু-মি,
যাঃ-য়ে এক-মা-ত্ৰ ৰ-জাৰ যো-গ্য!
২. ক-ৰোঁ স্ম-ৰণ ম-হান কাম তো-মাৰ,
আ-ছে বি-শ্বাস ক-ৰি-বা উ-দ্ধাৰ আ-মাৰ।
প্ৰ-তি-দি-নে বা-ৰ্তা দি জ-নাওঁ নাম তো-মাৰ,
তু-মি-য়েই যো-গ্য সেই ম-হি-মাৰ।
(কোৰাচ)
হে আ-কাশ ধ-ৰ-ণী, ক-ৰা উ-ল্লাস তু-মি,
হʼল আ-ৰ-ম্ভ যি-হো-ৱাৰ ৰা-জ্য!
হে আ-কাশ ধ-ৰ-ণী, ক-ৰা উ-ল্লাস তু-মি,
যাঃ-য়ে এক-মা-ত্ৰ ৰ-জাৰ যো-গ্য!
৩. দি-লা তু-মি যী-চুক দা-য়ি-ত্ব;
ক-ৰে তেওঁ ন্যায়, স-ত্য-ৰে শা-সন ৰা-জ্যৰ।
এই জ-গ-তৰ ঈ-শ্ব-ৰক
ক-ৰি-ব অ-ন্ত;
যা-তে যাঃ হওক এই বি-শ্বৰ ৰ-জা।
(কোৰাচ)
হে আ-কাশ ধ-ৰ-ণী, ক-ৰা উ-ল্লাস তু-মি,
হʼল আ-ৰ-ম্ভ যি-হো-ৱাৰ ৰা-জ্য!
হে আ-কাশ ধ-ৰ-ণী, ক-ৰা উ-ল্লাস তু-মি,
যাঃ-য়ে এক-মা-ত্ৰ ৰ-জাৰ যো-গ্য!
(১ বং. ১৬:৯; গীত. ৬৮:২০; ৯৭:৬, ৭ পদবোৰো চাওক।)