গীত নং ১১১
আমাৰ আনন্দৰ কাৰণবোৰ
(মথি ৫:১২)
১. আ-ন-ন্দৰ কা-ৰণ হয় যে প্ৰ-চুৰ,
পাওঁ স-দায় আ-ন-ন্দ ন-তুন;
যে-তি-য়া পৃ-থি-ৱীৰ ন-ম্ৰ-লোক
যি-হো-ৱাক ক-ৰি লয় আ-পোন।
ন-হয় এই দু-দি-নৰ আ-ন-ন্দ,
ই-য়াৰ হয় ভে-টি যাঃৰ বা-ক্য।
স-দায় জ্ঞান লৈ বা-ক্যৰ যো-গে-দি,
হয় আ-মাৰ বি-শ্বাস যে বৃ-দ্ধি।
হৃ-দ-য়ত আ-ন-ন্দৰ দীপ জ্ব-লে,
য-দি-ও স-ম-স্যা আ-হে।
শ-ক্তি দি সেই স-হায় তেওঁ ক-ৰে,
স-ম-স্যাক পাৰ ক-ৰোঁ যা-তে।
(কোৰাচ)
আ-ন-ন্দৰ উৎ-স হৈ-ছে যাঃ,
তেওঁৰ কা-মত ই-য়াক পাওঁ দে-খা।
গ-ভীৰ তেওঁৰ বি-চাৰ, আ-চ-ৰিত তেওঁৰ কাম,
সৃ-ষ্টিত হয় যাঃৰ শ-ক্তি প্ৰ-কাশ!
২. আ-ন-ন্দিত যে হওঁ যাঃৰ সৃ-ষ্টি চায়,
স-মু-দ্ৰ, পৃ-থি-ৱী, আ-কাশ!
আ-চ-ৰিত হয় যে যাঃৰ হা-তৰ কাম,
চাই মন হয় প্ৰ-ফু-ল্লিত আ-মাৰ;
যে-তি-য়া যী-চু-ৱে হʼল ৰ-জা,
বি-জয়-গীত গো-ৱা হʼল স্ব-ৰ্গত।
আ-নি-ব আ-শীৰ্-বাদ সেই ৰা-জ্যই,
ধৈ-ৰ্য্যে-ৰে যেন ক-ৰোঁ প্ৰ-চাৰ।
যে-নে-কৈ পু-ৱ-তি নি-শা-য়ে,
আ-ন-ন্দ ক-ঢ়ি-য়াই আ-নে;
তে-নে-কৈ জী-ৱ-নৰ আ-শা-য়ে,
স-ম-স্যাত ধৈ-ৰ্য্য যে দি-য়ে।
(কোৰাচ)
আ-ন-ন্দৰ উৎ-স হৈ-ছে যাঃ,
তেওঁৰ কা-মত ই-য়াক পাওঁ দে-খা।
গ-ভীৰ তেওঁৰ বি-চাৰ, আ-চ-ৰিত তেওঁৰ কাম,
সৃ-ষ্টিত হয় যাঃৰ শ-ক্তি প্ৰ-কাশ!
(দ্বিতী. ১৬:১৫; যিচ. ১২:৬; যোহ. ১৫:১১ পদবোৰো চাওক।)