মাৰ্ক
সাৰাংশ
-
যোহন বাপ্তিষ্মা দিওঁতাৰ প্ৰচাৰ কাম (১-৮)
যীচুৰ বাপ্তিষ্মা (৯-১১)
চয়তানে যীচুক ফুচলাবলৈ চেষ্টা কৰিলে (১২, ১৩)
যীচুৱে গালীলত প্ৰচাৰ কৰিবলৈ ধৰিলে (১৪, ১৫)
যীচুৱে চাৰিজন মাছমৰীয়াক তেওঁৰ শিষ্য হʼবলৈ নিমন্ত্ৰণ কৰিলে (১৬-২০)
মানুহৰ শৰীৰৰ পৰা দুষ্ট স্বৰ্গদূতক উলিয়ালে (২১-২৮)
যীচুৱে কফৰনাহূমত বহুতো লোকক সুস্থ কৰে (২৯-৩৪)
এখন নিৰ্জন ঠাইলৈ গৈ প্ৰাৰ্থনা কৰিবলৈ ধৰে (৩৫-৩৯)
এজন কুষ্ঠৰোগীক সুস্থ কৰিলে (৪০-৪৫)
-
যীচুৰ ৰূপ সলনি হʼল (১-১৩)
দুষ্ট স্বৰ্গদূতে পোৱা লʼৰাজন সুস্থ হʼল (১৪-২৯)
যাৰ বিশ্বাস আছে, তেওঁৰ কাৰণে সকলো সম্ভৱ (২৩)
যীচুৱে আকৌ এবাৰ নিজৰ মৃত্যুৰ ভৱিষ্যবাণী কৰে (৩০-৩২)
শিষ্যসকলে কাজিয়া কৰে যে কোন ডাঙৰ হয় (৩৩-৩৭)
যিজন আমাৰ বিৰুদ্ধে নহয়, তেওঁ আমাৰ লগত আছে (৩৮-৪১)
উজুটি খোৱায় (৪২-৪৮)
“তোমালোক নিমখৰ দৰে হোৱা” (৪৯, ৫০)
-
বিয়া আৰু তালাক (১-১২)
যীচুৱে লʼৰা-ছোৱালীক আশীৰ্বাদ দিয়ে (১৩-১৬)
এজন ধনী মানুহৰ প্ৰশ্ন (১৭-২৫)
ৰাজ্যৰ কাৰণে ত্যাগ (২৬-৩১)
যীচুৱে আকৌ এবাৰ নিজৰ মৃত্যুৰ ভৱিষ্যবাণী কৰে (৩২-৩৪)
যাকোব আৰু যোহনৰ অনুৰোধ (৩৫-৪৫)
বহুতো লোকৰ জীৱনৰ কাৰণে যীচুৱে নিজৰ জীৱন মুক্তিৰ মূল্য হিচাপে দিলে (৪৫)
বাৰতীময় নামৰ এজন অন্ধ মানুহক সুস্থ কৰা হʼল (৪৬-৫২)
-
পুৰোহিতসকলে যীচুক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰে (১, ২)
যীচুৰ মূৰত সুগন্ধি তেল ঢলা হʼল (৩-৯)
যিহূদাই যীচুক বিশ্বাসঘাত কৰে (১০, ১১)
শেষ নিস্তাৰ-পৰ্ব (১২-২১)
প্ৰভুৰ সন্ধিয়া ভোজৰ আৰম্ভণি (২২-২৬)
পিতৰে যীচুক অস্বীকাৰ কৰিব বুলি ভৱিষ্যবাণী (২৭-৩১)
যীচুৱে গেৎচিমানীত প্ৰাৰ্থনা কৰে (৩২-৪২)
যীচুক গ্ৰেপ্তাৰ কৰা হʼল (৪৩-৫২)
মহা-সভাৰ ওচৰত মোকৰ্দ্দমা (৫৩-৬৫)
পিতৰে যীচুক চিনি পাবলৈ অস্বীকাৰ কৰে (৬৬-৭২)
-
যীচু জীয়াই উঠিল (১-৮)