ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • এই সপ্তাহ
জুলাই ২৮–আগষ্ট ৩
জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫ | জুলাই

জুলাই ২৮–আগষ্ট ৩

হিতোপদেশ ২৪

গীত নং ৩৮ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. সমস্যাৰ সন্মুখীন হʼবলৈ নিজকে মজবুত কৰক

(১০ মি.)

জ্ঞান আৰু বুদ্ধি বঢ়াই থাকক (হিতো ২৪:৫; w২৩.০৭ ১৮ ¶১৫)

নিৰাশাৰ সময়তো ঈশ্বৰৰ উপাসনাৰ লগত জড়িত কামবোৰ কৰি থাকক (হিতো ২৪:১০; w২৪.০১ ২২-২৩ ¶৯)

যিহোৱাৰ প্ৰতি প্ৰেম আৰু মজবুত বিশ্বাসে সমস্যাবোৰ পাৰ কৰিবলৈ সহায় কৰে (হিতো ২৪:১৬; w২০.১২ ১৫)

গভীৰ বেমাৰত আক্ৰান্ত হোৱা এগৰাকী ভনীয়ে আনন্দেৰে নিজৰ বন্ধুৰ লগত ঘৰে ঘৰে প্ৰচাৰ কৰি আছে। তাই দুৱাৰমুখত এগৰাকী তিৰোতাক নিজৰ টেবলেটত কিবা দেখুৱাই আছে।

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • হিতো ২৪:২৭—এই পদৰ পৰা আমি কি শিকিব পাৰোঁ? (w০৯-HI ১০/১৫ ১২)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) হিতো ২৪:১-২০ (শিক্ষা অধ্যায় ১১)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(২ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। প্ৰচাৰ কৰাৰ আগতেই আপোনালোকৰ কথা-বতৰা শেষ হৈ যায়। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৪)

৫. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ। (লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ৪)

৬. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। আমি লোকসকলৰ লগত বাইবেল অধ্যয়ন কৰোঁ বুলি কওক। তাৰ পাছত তেওঁক বাইবেল অধ্যয়নৰ যোগাযোগ কাৰ্ড দিয়ক। (লোকসকলক প্ৰেম কৰক পাঠ ৪ ভাগ ৩)

৭. ভাষণ

(৩ মি.) লোকসকলক প্ৰেম কৰক আন কিছুমান পৰামৰ্শ ক ভাগ ১১—বিষয়: ঈশ্বৰে নিজৰ কথা এখন কিতাপত লিখাইছে। (শিক্ষা অধ্যায় ৬)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ৯৯

৮. সমস্যাৰ সময়ত এজনে-আনজনক সহায় কৰক

(১৫ মি.) আলোচনা।

যিকোনো সময়ত মহামাৰী, প্ৰাকৃতিক দুৰ্যোগ, প্ৰতিবাদ আৰু যুদ্ধৰ দৰে সমস্যা হʼব পাৰে। আনকি যিহোৱাৰ লোকসকলৰ ওপৰতো হঠাতে অত্যাচাৰ হʼব পাৰে। এনে পৰিস্থিতিত ভাই-ভনীসকলে এজনে-আনজনক সহায় কৰে আৰু সাহস বঢ়ায়। যদিও আমি এনে সমস্যাৰ সন্মুখীন হʼবলগীয়া হোৱা নাই, কিন্তু আমি ভাই-ভনীসকলৰ দুখ বুজি পাওঁ আৰু তেওঁলোকক সহায় কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ।—১কৰি ১২:২৫, ২৬.

ছবি: ভাই-ভনীসকলে নিজৰ ভাই-ভনীকসকলক বিভিন্ন উপায়েৰে সহায় কৰে। ১. ভাই-ভনীসকলে প্ৰাকৃতিক দুৰ্যোগত ধ্বংস হোৱা ৰাজ্যগৃহক পুনৰ নিৰ্মাণ কৰি আছে। ২. ভাই-ভনীসকলে এগৰাকী শৰণাৰ্থী মাতৃ আৰু তেওঁৰ ছোৱালীক হৃদয়েৰে আদৰণি জনাইছে। ৩. এজনী ভনীয়ে ৰাজ্যগৃহত থকা দান বাকচত দান দি আছে। ৪. ভাই-ভনীসকলে ৰাজ্যগৃহত থকা শৰণাৰ্থী ভাই-ভনীসকলক প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰিছে। ৫. স্বেচ্ছাসেৱকসকলে পানীৰ বটল বিলাই আছে। ৬. এজন ভায়ে প্ৰাৰ্থনা কৰি আছে।

১ ৰাজাৱলি ১৩:৬ আৰু যাকোব ৫:১৬খ পঢ়ক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • যেতিয়া ঈশ্বৰৰ কোনো সেৱকে আনৰ বাবে প্ৰাৰ্থনা কৰে, তেতিয়া কিয় ইয়াৰ গভীৰ প্ৰভাৱ পৰে?

মাৰ্ক ১২:৪২-৪৪ আৰু ২ কৰিন্থীয়া ৮:১-৪ পঢ়ক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • সহায়ৰ প্ৰয়োজন হোৱা ভাই-ভনীসকলক সহায় কৰাৰ এটা উপায় হৈছে, বিশ্ব জুৰি হৈ থকা কামৰ বাবে দান দিয়া। কিন্তু আমি হয়তো বেছি দান দিব নোৱাৰোঁ, তথাপিও আমি কিয় দান দিয়া উচিত?

প্ৰতিবন্ধকৰ সময়ছোৱাত ভাইসকলৰ বিশ্বাস দৃঢ় কৰিলে ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

  • যেতিয়া পূব ইউৰোপত আমাৰ কামক নিষেধ কৰা হৈছিল, তেতিয়া তাত থকা খ্ৰীষ্টানসকলক সহায় কৰিবলৈ ভাইসকলে কি কি ত্যাগ কৰিলে?

  • নিষেধ কৰাৰ সত্ত্বেও ভাই-ভনীসকলে কেনেকৈ সভাৰ ব্যৱস্থা কৰিলে আৰু এজনে-আনজনক উৎসাহিত কৰাৰ আজ্ঞা পালন কৰিলে?—ইব্ৰী ১০:২৪, ২৫

৯. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) বাইবেলৰ পৰা শিকোঁ পাঠ ৪-৫

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ১৫৭ আৰু প্ৰাৰ্থনা

সূচীপত্ৰ
প্ৰহৰীদুৰ্গ (অধ্যয়ন)—২০২৫ | মে’

অধ্যয়নৰ লেখ ২১: জুলাই ২৮, ২০২৫–আগষ্ট ৩, ২০২৫

১৪ সেই চহৰৰ কাৰণে অপেক্ষা কৰক, যি সদায় থাকিব

অতিৰিক্ত লেখ

এই সংখ্যাৰ আন লেখবোৰ

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক