ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

১ কৰিন্থীয়া কিতাপৰ সাৰাংশ

১ কৰিন্থীয়া

সাৰাংশ

    • ১ নমস্কাৰ (১-৩)

    • পৌলে কৰিন্থীয়াসকলৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিয়ে (৪-৯)

    • একতাত থাকিবলৈ উৎসাহিত কৰা হৈছে (১০-১৭)

    • খ্ৰীষ্ট, ঈশ্বৰৰ শক্তি আৰু বুদ্ধি (১৮-২৫)

    • কেৱল যিহোৱাৰ বিষয়ে গৰ্ব কৰক (২৬-৩১)

    • ২ কৰিন্থত পৌলৰ প্ৰচাৰ (১-৫)

    • ঈশ্বৰৰ বুদ্ধি শ্ৰেষ্ঠ হয় (৬-১০)

    • ঈশ্বৰৰ দৰে চিন্তাধাৰা আৰু মানুহৰ চিন্তাধাৰাৰ মাজত পাৰ্থক্য (১১-১৬)

    • ৩ কৰিন্থৰ লোকসকলৰ জগতৰ চিন্তাধাৰা (১-৪)

    • ঈশ্বৰে বঢ়ায় (৫-৯)

      • ঈশ্বৰৰ সহকৰ্মী (৯)

    • জুইত টিকি থকা বস্তুৰ দ্বাৰা নিৰ্মাণ কৰা (১০-১৫)

    • তোমালোক ঈশ্বৰৰ মন্দিৰ হোৱা (১৬, ১৭)

    • জগতৰ বুদ্ধি ঈশ্বৰৰ দৃষ্টিত মূৰ্খতা হয় (১৮-২৩)

    • ৪ প্ৰবন্ধকজন বিশ্বাসী হোৱা উচিত (১-৫)

    • খ্ৰীষ্টান সেৱকসকলৰ নম্ৰতা (৬-১৩)

      • “যি লিখা আছে, তাতকৈ আগলৈ নাযাবা” (৬)

      • খ্ৰীষ্টানসকল হাঁহিৰ পাত্ৰ (৯)

    • নিজৰ খ্ৰীষ্টান লʼৰা-ছোৱালীৰ প্ৰতি পৌলৰ চিন্তা (১৪-২১)

    • ৫ অনৈতিক শাৰীৰিক সম্পৰ্কৰ বিষয় (১-৫)

    • অলপ খমিৰে সানি থোৱা গোটেই আটাখিনি খমিৰ কৰি দিয়ে (৬-৮)

    • দুষ্ট মানুহজনক নিজৰ মাজৰ পৰা বাহিৰ কৰা (৯-১৩)

    • ৬ খ্ৰীষ্টান ভাইসকলে এজনে-আনজনৰ বিৰুদ্ধে মোকৰ্দ্দমা কৰে (১-৮)

    • কোনে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহʼব (৯-১১)

    • নিজৰ শৰীৰৰ যোগেদি ঈশ্বৰৰ মহিমা কৰা (১২-২০)

      • “অনৈতিক শাৰীৰিক সম্পৰ্কৰ পৰা দূৰলৈ পলোৱা!” (১৮)

    • ৭ বিবাহিত আৰু অবিবাহিত লোকসকলৰ কাৰণে পৰামৰ্শ (১-১৬)

    • তোমালোকক যি অৱস্থাত মতা হৈছে, সেই অৱস্থাতে থাকা (১৭-২৪)

    • অবিবাহিত লোক আৰু বিধৱাসকল (২৫-৪০)

      • অবিবাহিত হৈ থকাৰ লাভ (৩২-৩৫)

      • “কেৱল প্ৰভুত” বিয়া কৰা (৩৯)

    • ৮ মূৰ্তিবোৰক উছৰ্গা কৰা খোৱাবস্তু (১-১৩)

      • আমাৰ কাৰণে এজনেই ঈশ্বৰ আছে (৫, ৬)

    • ৯ পৌল, পাঁচনি হোৱাৰ এক ভাল উদাহৰণ (১-২৭)

      • “তোমালোকে মৰণা মাৰোঁতে ষাঁৰ গৰুৰ মুখ নাবান্ধিবা” (৯)

      • “যদি মই শুভবাৰ্তা নুশুনাওঁ, তেনেহʼলে মই নিজকে ধিক্কাৰ দিছোঁ!” (১৬)

      • মই সকলো ধৰণৰ লোকসকলৰ কাৰণে সকলো হʼলোঁ (১৯-২৩)

      • জীৱনৰ দৌৰত আত্মনিয়ন্ত্ৰণ (২৪-২৭)

    • ১০ ইস্ৰায়েলৰ ইতিহাসৰ পৰা শিক্ষা (১-১৩)

    • মূৰ্তিপূজাৰ বিষয়ে সতৰ্কবাণী (১৪-২২)

      • যিহোৱাৰ মেজ, দুষ্ট স্বৰ্গদূতবিলাকৰ মেজ (২১)

    • স্বাধীনতা আৰু আনৰ বিষয়ে বিবেচনা কৰা (২৩-৩৩)

      • “সকলো ঈশ্বৰৰ মহিমাৰ কাৰণে কৰা” (৩১)

    • ১১ “মোৰ উদাহৰণত চলা” (১)

    • মূৰব্বী আৰু মূৰ ঢকা (২-১৬)

    • প্ৰভুৰ সন্ধ্যা ভোজ পালন কৰা (১৭-৩৪)

    • ১২ পবিত্ৰ শক্তিৰ বৰদান (১-১১)

    • শৰীৰ এক, অংগ বহুত (১২-৩১)

    • ১৩ প্ৰেম​—আটাইতকৈ ভাল পথ (১-১৩)

    • ১৪ ভৱিষ্যবাণী কৰা আৰু বেলেগ ভাষা কোৱাৰ বৰদান (১-২৫)

    • পৰিপাটিকৈ খ্ৰীষ্টান সভাবোৰ (২৬-৪০)

      • মণ্ডলীত তিৰোতাসকলৰ স্থান (৩৪, ৩৫)

    • ১৫ খ্ৰীষ্টক জীয়াই তোলা হʼল (১-১১)

    • মৃতবিলাকক আকৌ জীয়াই তোলা শিক্ষা—বিশ্বাসৰ ভিত্তি (১২-১৯)

    • খ্ৰীষ্ট জীৱিত হোৱাৰ নিশ্চয়তা দিয়ে (২০-৩৪)

    • হাড়-মাংসৰ শৰীৰ, অদৃশ্য শৰীৰ (৩৫-৪৯)

    • অমৰতা আৰু অবিনাশী (৫০-৫৭)

    • প্ৰভুৰ সেৱাত সদায় বহুত কাম (৫৮)

    • ১৬ যিৰূচালেমৰ খ্ৰীষ্টানসকলৰ কাৰণে দান জমা কৰা (১-৪)

    • পৌলৰ যাত্ৰাৰ যোজনা (৫-৯)

    • তীমথিয় আৰু আপল্লোৰ যাত্ৰাৰ যোজনা (১০-১২)

    • পৰামৰ্শ আৰু নমস্কাৰ (১৩-২৪)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক