পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ ইফিচীয়া কিতাপৰ সাৰাংশ ইফিচীয়া সাৰাংশ ১ নমস্কাৰ (১, ২) স্বৰ্গত সকলো ধৰণৰ আশীৰ্বাদ (৩-৭) খ্ৰীষ্টৰ যোগেদি সকলোবোৰ একত্ৰিত কৰা (৮-১৪) নিৰ্ধাৰিত কৰা সময়ত “বিভিন্ন বিষয় পৰিচালনা কৰিবলৈ এটা ব্যৱস্থা” (১০) পবিত্ৰ শক্তিৰ মোহৰ “বইনা হিচাপে” (১৩, ১৪) ইফিচীয়াসকলৰ বিশ্বাসৰ কাৰণে পৌলে প্ৰাৰ্থনাত ধন্যবাদ দিয়ে (১৫-২৩) ২ আমাক জীয়াই তুলি খ্ৰীষ্টৰ লগত এক কৰিলে (১-১০) পৃথক কৰি ৰখা দেৱালক ভাঙিলে (১১-২২) ৩ পবিত্ৰ ৰহস্যত যিহূদী নোহোৱা লোকসকলক জড়িত কৰা হʼল (১-১৩) যিহূদী নোহোৱা লোকসকলে খ্ৰীষ্টৰ লগত উত্তৰাধিকাৰ লাভ কৰিব (৬) যুগে যুগে চলি অহা ঈশ্বৰৰ উদ্দেশ্য (১১) অন্তৰ্দৃষ্টি পাবলৈ ইফিচীয়াসকলৰ কাৰণে প্ৰাৰ্থনা কৰে (১৪-২১) ৪ খ্ৰীষ্টৰ শৰীৰৰ একতা (১-১৬) মানুহৰ ৰূপত উপহাৰ (৮) পুৰণি ব্যক্তিত্ব আৰু নতুন ব্যক্তিত্ব (১৭-৩২) ৫ ভাল কথা-বতৰা আৰু ব্যৱহাৰ (১-৫) পোহৰৰ সন্তানৰ দৰে চলা (৬-১৪) পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হোৱা (১৫-২০) নিজৰ সময়ক ভালদৰে ব্যৱহাৰ কৰা (১৬) স্বামী আৰু পত্নীসকলৰ কাৰণে পৰামৰ্শ (২১-৩৩) ৬ লʼৰা-ছোৱালী আৰু মা-দেউতাৰ কাৰণে পৰামৰ্শ (১-৪) দাস আৰু মালিকৰ কাৰণে পৰামৰ্শ (৫-৯) ঈশ্বৰে দিয়া গোটেই অস্ত্ৰ-শস্ত্ৰ (১০-২০) অৱশেষত নমস্কাৰ (২১-২৪)