পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ কলচীয়া কিতাপৰ সাৰাংশ কলচীয়া সাৰাংশ ১ নমস্কাৰ (১, ২) কলচীয়াসকলৰ বিশ্বাসৰ কাৰণে ধন্যবাদ (৩-৮) বিশ্বাসত মজবুত হোৱাৰ কাৰণে প্ৰাৰ্থনা (৯-১২) খ্ৰীষ্টৰ বিশেষ দায়িত্ব (১৩-২৩) মণ্ডলীৰ কাৰণে পৌলৰ কঠোৰ পৰিশ্ৰম (২৪-২৯) ২ ঈশ্বৰৰ পবিত্ৰ ৰহস্য, খ্ৰীষ্ট (১-৫) অনৰ্থক কথাৰ পৰা সাৱধান (৬-১৫) বাস্তৱ হৈছে খ্ৰীষ্ট (১৬-২৩) ৩ পুৰণি আৰু নতুন ব্যক্তিত্ব (১-১৭) শৰীৰৰ অংগবোৰক মাৰি পেলোৱা (৫) প্ৰেমে সকলোকে একতাত বান্ধি ৰাখে (১৪) খ্ৰীষ্টান পৰিয়ালৰ কাৰণে উপদেশ (১৮-২৫) ৪ মালিকসকলৰ কাৰণে উপদেশ (১) “প্ৰাৰ্থনাত লাগি থাকা” (২-৪) বাহিৰৰ লোকসকলৰ লগত বুদ্ধিমতাৰে ব্যৱহাৰ কৰা (৫, ৬) অৱশেষত নমস্কাৰ (৭-১৮)