পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ ১ যোহন কিতাপৰ সাৰাংশ ১ যোহন সাৰাংশ ১ জীৱনৰ বাক্য (১-৪) পোহৰত চলা (৫-৭) পাপ স্বীকাৰ কৰাৰ প্ৰয়োজন (৮-১০) ২ যীচু শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তোলোঁতা বলিদান হয় (১, ২) তেওঁৰ আজ্ঞা পালন কৰা (৩-১১) পুৰণি আৰু নতুন আজ্ঞা (৭, ৮) লিখাৰ কাৰণ (১২-১৪) জগতক প্ৰেম নকৰিবা (১৫-১৭) খ্ৰীষ্টৰ বিৰোধীবিলাকৰ বিষয়ে সাৱধানবাণী (১৮-২৯) ৩ আমি ঈশ্বৰৰ সন্তান হওঁ (১-৩) ঈশ্বৰৰ সন্তান; চয়তানৰ সন্তান (৪-১২) যীচুৱে চয়তানৰ কামবোৰক নষ্ট কৰি দিব (৮) এজনে-আনজনক প্ৰেম কৰা (১৩-১৮) ঈশ্বৰ আমাৰ হৃদয়তকৈ মহান (১৯-২৪) ৪ বাৰ্তা চালি-জাৰি চোৱা (১-৬) ঈশ্বৰক জানা আৰু তেওঁক প্ৰেম কৰা (৭-২১) “ঈশ্বৰ প্ৰেম” (৮, ১৬) প্ৰেমত ভয় নাথাকে (১৮) ৫ বিশ্বাসৰ কাৰণে জগতক জয় (১-১২) ঈশ্বৰক প্ৰেম কৰাৰ অৰ্থ (৩) প্ৰাৰ্থনাৰ শক্তিৰ ওপৰত বিশ্বাস (১৩-১৭) দুষ্ট জগতত সাৱধানে থাকা (১৮-২১) গোটেই জগত চয়তানৰ নিয়ন্ত্ৰণত আছে (১৯)