গীত নং ১৭
“মই বিচাৰোঁ।”
(লূক ৫:১৩)
১. প্ৰে-মৰ ৰূপ দে-খি-লে লো-কে,
যী-চু যে-তি-য়া আ-হি-লে।
অ-নু-ভৱ ক-ৰি দুখ,
দে-খা-লে দ-য়া।
ক-থা আ-ৰু কা-মে-ৰে তেওঁ।
দীন-লো-কক ক-ৰি-ছিল ম-ৰম,
বে-মা-ৰী-স-ক-লক সু-স্থ।
যাঃ-য়ে দি-য়া সেই কাম ক-ৰি-লে তেওঁ,
আ-ৰু কʼ-লে, মই বি-চা-ৰোঁ।
২. যী-চুৰ দ-ৰে চ-লি-ব-লৈ,
স-দা-য়ে ক-ৰোঁ চে-ষ্টা মই।
ন-ম্ৰ-লো-কক লগ পায়,
শি-কাওঁ প্ৰে-মে-ৰে;
যা-তে স-ত্যৰ প-থত চ-লে।
দুখ দে-খি অ-নাথ, বি-ধ-ৱাৰ,
চাই স-ম-স্যাত থ-কা ব-ন্ধুক।
দি-ব স-হায় সা-জু হো-ৱা তু-মি,
ম-নত কো-ৱা, ‘মই বি-চা-ৰোঁ।’
(যোহ. ১৮:৩৭; ইফি. ৩:১৯; ফিলি. ২:৭ পদবোৰো চাওক।)