গীত নং ১১৪
“ধৈৰ্য্য ধৰা”
১. যি-হো-ৱা প-ৰম-প্ৰ-ধান
বি-শ্বত স-ক-লোত-কৈ ম-হান;
স-ক-লো-ৱে যেন বু-জে
কি-মান যে মূল্য-ৱান সেই নাম।
যু-গে-যু-গে ক-ৰি প্ৰেম
আ-ছে হৈ তেওঁ স-হন-শীল;
মা-ন-ৱৰ মু-ক্তিৰ বা-বে,
থা-কে ক্ৰো-ধত হৈ ধীৰ।
ম-নে-প্ৰা-ণে বি-চা-ৰে,
আঁ-ত-ৰা-ব নি-জৰ দুৰ্-নাম;
না-যায় অ-থ-লে তেওঁৰ প্ৰেম,
ধৈ-ৰ্য্যে-ৰে যাঃ-য়ে ক-ৰে কাম।
২. চ-লি-ব-লৈ প-থত যাঃৰ
ধৈ-ৰ্য্যৰ গু-ণে ক-ৰে স-হায়;
ক্ৰো-ধক ই ক-ৰি দ-মন,
ম-নত শা-ন্তি ৰা-খে ব-জায়।
স-ক-লো-ৰে ভাল দে-খে,
আ-ৰু ৰা-খে ই আ-শা;
হʼ-ব-লৈ স-ম-স্যাত স্থিৰ
দি-য়ে যে ভ-ৰ-সা।
হয় বৃ-দ্ধি অ-ন্য গুণ-বোৰ
প-বি-ত্ৰ শ-ক্তিৰ যো-গে-দি;
ধৈ-ৰ্য্যই শি-কাই যাঃৰ আ-জ্ঞা,
মা-নি-ব-লৈ দি-নে ৰা-তি।
(যাত্ৰা. ৩৪:১৪; যিচ. ৪০:২৮; ১ কৰি. ১৩:৪, ৭; ১ তীম. ২:৪ পদবোৰো চাওক।)