ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • th অধ্যয়ন ৫ পৃষ্ঠা ৮
  • সঠিকভাৱে পঢ়া

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সঠিকভাৱে পঢ়া
  • পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • মিল থকা বিষয়
  • বাইবেলৰপৰা আপুনি কেনেকৈ লাভৱান হʼব পাৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • বাইবেল পাঠ কৰাৰ যোগেদি লাভৱান আৰু আনন্দিত হ’ব পাৰি
    ২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • আপুনি বাইবেলৰ অডিঅʼ ৰেকডিং শুনেনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
th অধ্যয়ন ৫ পৃষ্ঠা ৮

অধ্যায় ৫

সঠিকভাৱে পঢ়া

শাস্ত্ৰপদ

১ তীমথিয় ৪:১৩

সাৰাংশ: লিখা কথাখিনি সঠিকভাৱে আৰু উচ্চস্বৰে পঢ়ক।

ইয়াক কেনেকৈ কৰিব:

  • ভালদৰে প্ৰস্তুতি কৰক। বিৱৰণটো কিয় লিখা হৈছে তাৰ বিষয়ে চিন্তা কৰক। এটা এটা শব্দ পঢ়াৰ পৰিৱৰ্তে, একেলগে কেইবাটাও শব্দ পঢ়ক। পঢ়াৰ সময়ত যাতে কোনো শব্দ যোগ নকৰে, বাদ নিদিয়ে অথবা শব্দটোৰ সলনি আন এটা শব্দ ব্যৱহাৰ নকৰে, তাৰ বাবে সাৱধান হওক। অনুচ্ছেদত উল্লেখ থকা যতি চিনবোৰলৈয়ো ধ্যান দিয়া উচিত।

    ব্যৱহাৰিক পৰামৰ্শ

    কোনো এজন বন্ধুক আপোনাৰ পঢ়া মনোযোগেৰে শুনিবলৈ কওক, যাতে আপুনি কʼত ভুলকৈ পঢ়িছে, তাৰ বিষয়ে তেওঁ কʼব পাৰে।

  • প্ৰতিটো শব্দ সঠিকভাৱে উচ্চাৰণ কৰক। যদি আপুনি কোনো এটা শব্দ কেনেকৈ উচ্চাৰণ কৰিব লাগে তাৰ বিষয়ে নাজানে, তেনেহʼলে শব্দকোষত চাওক, সেই প্ৰকাশনখনৰ অডিঅ’ ৰেকৰ্ডিং শুনক অথবা এজন ভাল পঢ়ুৱৈৰ সহায় লওক।

  • স্পষ্টৰূপে কওক। স্পষ্টকৈ উচ্চাৰণ কৰক, আপোনাৰ মূৰ ওপৰলৈ কৰক আৰু আপোনাৰ মুখখন বহলকৈ মেলক। ভালদৰে উচ্চাৰণ কৰিবলৈ চেষ্টা কৰক।

    ব্যৱহাৰিক পৰামৰ্শ

    আপুনি প্ৰতিটো শব্দ সঠিককৈ উচ্চাৰণ কৰাৰ বাবে ইমানেই ধ্যান নিদিব যে আপোনাৰ পঢ়া অস্বাভাৱিক যেন লাগিব পাৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক