ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ২/০০ পৃষ্ঠা ৭
  • প্ৰশ্ন বক্স

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰশ্ন বক্স
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • পাপ কৰা লোকসকলৰ প্ৰতি যিহোৱাৰ দৰে দৃষ্টিভংগী ৰাখক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • যিহোৱাৰ লগত পুনৰ সম্পৰ্ক গঢ়ি তোলক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ২/০০ পৃষ্ঠা ৭

প্ৰশ্ন বক্স

▪ যেতিয়া এজন বহিষ্কৃত ব্যক্তিৰ পুনৰ নিয়োগৰ বিষয়ে ঘোষণা কৰা হয়, তেতিয়া হাত চাপৰি মাৰি আনন্দ প্ৰকাশ কৰাটো উচিত হʼব নে?

যিহোৱা এজন প্ৰেমময় ঈশ্বৰ হোৱাৰ কাৰণে অনুতাপকাৰীৰ বাবে এক শাস্ত্ৰীয় পথ যুগুত কৰিছে, যাতে তেওঁলোকে আকৌ তেওঁৰ অনুগ্ৰহ পায় খ্ৰীষ্টান মণ্ডলীত পুনৰ ঘুৰি আহিব পাৰে। (গীত. ৫১:১২, ১৭) সেইবাবে প্ৰকৃত অনুতাপকাৰীসকলৰ পুনৰ নিয়োগত আমাক প্ৰেম প্ৰকাশ কৰিবলৈ উৎসাহিত কৰা হৈছে।—২ কৰি. ২:৬-৮.

ই আমাৰ বাবে এক আনন্দৰ বিষয়, যেতিয়া আমাৰ কোনো সমন্ধীয় বা পৰিচিত ব্যক্তিক পুনৰ নিয়োগ কৰা হয়। কিন্তু মণ্ডলীত ব্যক্তিজনক পুনৰ নিয়োগৰ বিষয়ে ঘোষণা কৰাৰ সময়ত মৌন থকা উচিত হব। অক্টোবৰ ১, ১৯৯৮, প্ৰহৰীদূৰ্গ (ইংৰাজী) ১৭ পৃষ্ঠাত ইয়াৰ বিষয়ে এইদৰে বাখ্যা কৰিছে: “আমি মনত ৰখা উচিত যে মণ্ডলীৰ বহুতো লোকে নাজানে যে কি কাৰণে ব্যক্তিজনক বহিস্কৃত কৰা হৈছিল বা পুনৰ নিয়োগ কৰা হৈছে। ইয়াৰ ওপৰিও, সেই সময়ত হয়তো এনে ব্যক্তি উপস্থিত থাকিব পাৰে যিজনে ব্যক্তিগতভাৱে অনুতাপকাৰী ব্যক্তিজনৰ দ্বাৰা দীৰ্ঘ সময় ধৰি মনত আঘাত পাইছিল। এই কথা মনত ৰাখি পুনৰ নিয়োগৰ সময়ত আদৰণি জনোৱা অনুভূতিৰ পৰা বিৰত থকা উচিত। কিন্তু আমি সেই ব্যক্তিজনক ব্যক্তিগতভাৱে অভিনন্দন জনাব পাৰোঁ।”

কোনো ব্যক্তি সত্যলৈ পুনৰ ঘুৰি অহা দেখি যদিও আনন্দিত হওঁ, কিন্তু পুনৰ নিয়োগৰ সময়ত হাত চাপৰি মৰাটো উচিত নহʼব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক