ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৯/০০ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৯/০০ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ ছেপ্টেম্বৰ মাহৰ বাবে সাহিত্য বিতৰণ: জীৱন​—⁠কেনেকৈ উৎপত্তি হʼল? ক্ৰমবিকাশ নে সৃষ্টিৰ দ্বাৰা? অক্টোবৰ: প্ৰহৰীদুৰ্গ আৰু সচেতন! যেতিয়া পুনৰ সাক্ষ্যাতৰ সময়ত আগ্ৰহী লোক পোৱা যায়, তেওঁলোকক গ্ৰাহকৰ বাবে আগবঢ়াব পাৰে। নবেম্বৰ: কিংডম নিউজ নং ৩৬, বিতৰণ কৰা হʼব। মণ্ডলীয়ে তেওঁলোকৰ এলেকাত থকা প্ৰত্যেক ঘৰত কিংডম নিউজ নং ৩৬-ৰ সৈতে বিচাৰে ব্ৰচাৰ বা জ্ঞান কিতাপখন আগবঢ়াব পাৰে। যদি গৃহস্থই আগতেই জ্ঞান কিতাপ বা বিচাৰে ব্ৰচাৰ লৈছে, তেনেহʼলে তেওঁলোকক চিৰকালৰ জীৱন বা সৃষ্টি কিতাপখন দিব পাৰে। ডিচেম্বৰ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় কিতাপখনৰ লগত দ্যা নিউ ৰ্ৱল্ড ট্ৰান্‌চলেশ্ব্যান্‌ আগবঢ়াব পাৰে।

▪ মণ্ডলীত বহিস্কৃত বা সম্পৰ্ক বিচ্ছেদ কৰা ব্যক্তিসকলে যেতিয়া সত্যলৈ পুনৰ ঘূৰি অহাৰ ইচ্ছা প্ৰকাশ কৰে, তেওঁলোকক প্ৰাচীনসকলে সহায় কৰিবলৈ এপ্ৰিল ১৫, ১৯৯১, প্ৰহৰীদুৰ্গ, ২১-৩ পৃষ্ঠাত পৰামৰ্শৰ আগবঢ়োৱা হৈছে।

▪ যিসকলে মণ্ডলীৰ সৈতে যোগা-যোগ কৰে তেওঁলোকে প্ৰহৰীদুৰ্গ আৰু সচেতন! আলোচনীৰ বাবে নতুন আৰু পুনৰ গ্ৰাহকতাৰ বাবে মণ্ডলীৰ দ্বাৰা আৱেদন পঠোৱা উচিত। এই আৱেদনত তেওঁলোকৰ ব্যক্তিগত গ্ৰাহকতাৰ নিৱেদন অন্তৰ্ভূক্ত কৰিব পাৰে।

▪ প্ৰচাৰকসকলে আলোচনীৰ কাৰণে ব্যক্তিগতৰূপে কৰা অনুৰোধক সংস্থাই গ্ৰহণ নকৰে। প্ৰকাশনৰ বাবে মণ্ডলীৰ মাহেকীয়া অনুৰোধ সংস্থালৈ পঠোৱা আগতে প্ৰিজাইডিং ওভাৰচিয়াৰে প্ৰত্যেক মাহত ইয়াৰ বাবে ঘোষণা কৰিবলৈ ব্যৱস্থা কৰা উচিত যাতে সকলো আগ্ৰহী ব্যক্তিয়ে নিজৰ ব্যক্তিগত আলোচনী প্ৰাপ্ত কৰিবলৈ আলোচনীৰ কাৰ্য্য চোৱা-চিতা কৰা ভাইজনৰ পৰা পৰামৰ্শ লʼব পাৰে। অৱশ্যে মনত ৰখা উচিত যে কোনবোৰ আলোচনীৰ কাৰণে বিশেষ-অনুৰোধৰ আৱশ্যক আৰু কোনবোৰৰ বাবে বিশেষ-অনুৰোধৰ আৱশ্যক নাই।

▪ প্ৰিজাইডিং ওভাৰচিয়াৰ বা তেওঁ নিযুক্ত কৰা কোনো ভায়ে ছেপ্টেম্বৰ ১ তাৰিখে বা যিমান সোনকালে সম্ভৱ হয়, মণ্ডলীৰ হিচাপ-নিকাচৰ পৰীক্ষা কৰা উচিত। যেতিয়া ইয়াক কৰা হয় তেতিয়া পৰৱৰ্তী লেখ ৰিপৰ্ট পঢ়াৰ পাছত ইয়াক ঘোষণা কৰক।

▪ “ঈশ্বৰৰ বাক্য পালন কৰোঁতা হোৱা,” ইংৰাজীত হʼবলগীয়া জিলা অধিবেশনখন লোনাভালাৰ পৰিৱৰ্তে মুম্বাইত হʼব। এই অধিবেশনখনৰ নিৰ্ধাৰিত কৰা দিন হৈছে ২০০০ চনৰ নবেম্বৰ মাহৰ ৩-৫ তাৰিখলৈকে।

▪ নতুন প্ৰকাশন উপলব্ধ:

ওৱাচ্‌টাৱাৰ পাব্লিকেশন ইন্ডেক্স ১৯৯৯ ​—⁠ইংৰাজী

▪ নতুন কম্পেক্ট ডিক্স উপলব্ধ:

চিং প্ৰেইজেচ্‌ টু যেহʼৱা​—⁠কম্পেকট্‌ ডিক্স (আঠটা চেট) ​—⁠ইংৰাজী

▪ পুনঃ উপলব্ধ প্ৰকাশন:

দানিয়েলৰ ভৱিষ্যতবাণী প্ৰতি মনোযোগ দিয়ক! ​—⁠পঞ্জাৱী

ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? ​—⁠চিন্ধী

পৃথিৱীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক! ​—⁠মালয়ালাম, তামিল

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক