ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/০২ পৃষ্ঠা ৩
  • মাৰ্চ মাহৰ সেৱা ৰিপৰ্ট

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মাৰ্চ মাহৰ সেৱা ৰিপৰ্ট
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/০২ পৃষ্ঠা ৩

মাৰ্চ মাহৰ সেৱা ৰিপৰ্ট

গড় গড় গড় গড়

সংখ্যা: ঘন্টা আলো. পু.সা. বা.অ.

বি. অগ্ৰ. ৬ ১৩৪.৭ ৩০.৮ ৬৩.৫ ৭.৮

অগ্ৰ. ৯৮৩ ৬৫.৮ ২০.৭ ২৫.৮ ৪.১

স.অগ্ৰ. ২,৫০৯ ৫২.৫ ১৭.৭ ১২.৯ ১.৭

প্ৰচা. ১৯,৬৬১ ৮.৪ ৩.২ ২.৫ ০.৪

মুঠ ২৩,১৫৯ বাপ্তিষ্মা: ৭০

এক নতুন শীৰ্ষাৱস্থাত উপনীত হোৱা: মাৰ্চ মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত স্মৰণীয় পৰ্বৰ মাহটোত আমাক “উত্তম কৰ্ম্মৰূপ ধনত ধনৱন্ত হওক” বুলি উৎসাহিত কৰা হৈছিল। সেই আমন্ত্ৰণৰ প্ৰতি উত্তমভাৱে সঁহাৰি জনোৱাটো দেখিবলৈ পাই আমি অত্যন্ত আনন্দিত হৈছোঁ। মাৰ্চ মাহত প্ৰচাৰসকলৰ সংখ্যা ২৩,১৫৯ জনলৈ বৃদ্ধি পালে, যিটো যোৱা বছৰৰ প্ৰচাৰসকলৰ সংখ্যাতকৈ ৯% অধিক আছিল। ইয়াৰ উপৰিও পুনৰ সাক্ষাৎ আৰু বাইবেল অধ্যয়নৰ সংখ্যাও বৃদ্ধি পালে। তেওঁৰ কাৰ্য্যত অধিক প্ৰচেষ্টা কৰিবলৈ যিহোৱাই যেন আমাক একেৰাহে আশীৰ্ব্বাদ কৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক