অক্টোবৰ ১৬-২২
হোচেয়া ১-৭
গীত ১৮ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যিহোৱা ঈশ্বৰে বিশ্বস্ত প্ৰেমত আনন্দিত হয়—আপুনিও হয়নে?”: (১০ মি.)
[হোচেয়া কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]
হোচে ৬:৪, ৫—যিহোৱা ঈশ্বৰৰ প্ৰতি বিশ্বস্ত প্ৰেম নথকাৰ বাবে ইস্ৰায়েলীসকলৰ ওপৰত তেওঁ ক্ৰোধিত হৈছিল (w১০-E ৮/১৫ ২৫ ¶১৮)
হোচে ৬:৬—যেতিয়া আমি বিশ্বস্ত প্ৰেম দেখুৱাওঁ, তেতিয়া যিহোৱা ঈশ্বৰ আনন্দিত হয় (w০৭-E ৯/১৫ ১৬ ¶৮; w০৭-E ৬/১৫ ২৭ ¶৭)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
হোচে ১:৭—যিহূদা বংশক কেতিয়া দয়া দেখুৱা হৈছিল আৰু তেওঁলোকক উদ্ধাৰ কৰা হৈছিল? (w০৭-E ৯/১৫ ১৪ ¶৭)
হোচে ২:১৮—এই পদটো অতীতত কেনেকৈ পূৰ হৈছিল আৰু ভৱিষ্যতে কেনেকৈ পূৰ হʼব? (w০৫-E ১১/১৫ ২০ ¶১৬; g০৫-E ৯/৮ ১২ ¶২)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) হোচে ৭:১-১৬
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (২ মি. বা কম) ১যোহ ৫:৩—সত্য শিকাওক। গৃহস্থক সভাৰ বাবে নিমন্ত্ৰণ জনাওক।
পুনৰ সাক্ষাৎ: (৪ মি. বা কম) দ্বিতী ৩০:১১-১৪; যিচ ৪৮:১৭, ১৮—সত্য শিকাওক। jw.org বেৱছাইটলৈ ধ্যান আকৰ্ষণ কৰাওক। (mwb১৬.০৮-E ৮ ¶২ চাওক।)
বাইবেল অধ্যয়ন: (৬ মি. বা কম) lv ১৪-১৫ ¶১৬-১৮—বিদ্যাৰ্থীজনৰ হৃদয় স্পৰ্ষ কৰিব পৰাকৈ শিকাওক।
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
স্থানীয় প্ৰয়োজনীয়তা: (১৫ মি.) এজন প্ৰাচীনৰ দ্বাৰা ভাষণ। আৰম্ভণিতে পাঁচ মিনিটৰ বাবে ২০১৫ চনৰ ১৫ নবেম্বৰ প্ৰহৰীবুৰুজ (ইংৰাজী) পৃষ্ঠা ১৪-ৰপৰা শাস্ত্ৰপদ দেখুৱাই বৰ্ণনা কৰক। ইয়াৰ পাছত “তোমাৰ সম্পত্তিৰে যিহোৱাক আদৰ কৰা” লেখটোৰ ওপৰত আলোচনা কৰক। এই আউটলাইনখন jw.org ৱেবছাইটৰ প্ৰাচীনসকলৰ বাবে ফৰ্ম ভাগটোত উপলব্ধ আছে। স্থানীয় প্ৰয়োজনীয়তা অনুসৰি আউটলাইনত থকা বিষয়বোৰ প্ৰয়োগ কৰক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) যিহোৱাৰ কাষ চাপক অধ্যায় ২৬ ¶১৮-২৩ আৰু “ধ্যানৰ বাবে প্ৰশ্ন” নামৰ বক্স
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ৯ আৰু প্ৰাৰ্থনা