অক্টোবৰ ২৩-২৯
হোচেয়া ৮-১৪
গীত ১৫৩ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যিহোৱা ঈশ্বৰক উত্তম বলিদান আগবঢ়াওক”: (১০ মি.)
হোচে ১৪:২—‘আমাৰ ওঁঠেৰে’ কৰা প্ৰশংসাক যিহোৱা ঈশ্বৰে এক প্ৰকাৰৰ উত্তম বলিদান বুলি গণ্য কৰে (w০৭-E ৪/১ ২০ ¶২)
হোচে ১৪:৪—যিসকলে যিহোৱা ঈশ্বৰক নিজৰ উত্তম বলিদান আগবঢ়ায়, তেওঁলোকৰ পাপ তেওঁ ক্ষমা কৰে, নিজৰ অনুমোদন দিয়ে আৰু নিজৰ বন্ধু হিচাপে গ্ৰহণ কৰে (w১১-E ২/১৫ ১৬ ¶১৫)
হোচে ১৪:৯—যিহোৱা ঈশ্বৰক অনুকৰণ কৰিলে আমাৰ উপকাৰ হʼব (jd-E ৮৭ ¶১১)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
হোচে ১০:১২—‘আমি দয়া অনুসাৰে দাবলৈ’ কি কৰা উচিত? (w০৫-E ১১/১৫ ২৮ ¶৭)
হোচে ১১:১—এই পদটো যীচু খ্ৰীষ্টৰ ওপৰত কেনেকৈ পূৰ হয়? (w১১-E ৮/১৫ ১০ ¶১০)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) হোচে ৮:১-১৪
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (২ মি. বা কম) T-৩৫ ট্ৰেক্টৰ শেষৰ পৃষ্ঠা।
পুনৰ সাক্ষাৎ: (৪ মি. বা কম) T-৩৫ ট্ৰেক্ট—প্ৰথম সাক্ষাতৰ সময়ত গৃহস্থক এই ট্ৰেক্টখন দিয়া হৈছিল। আলোচনা আগবঢ়াই নিয়ক আৰু যেতিয়া গৃহস্থই আলোচনাত বাধা দিবলৈ কিবা কয়, তেতিয়া সেই বাধা কেনেকৈ পাৰ কৰিব পাৰি, তাক দেখুৱাওক।
বাইবেল অধ্যয়ন: (৬ মি. বা কম) lv ১৭৪-১৭৫ ¶১৩-১৫—বিদ্যাৰ্থীজনৰ হৃদয় স্পৰ্ষ কৰিব পৰাকৈ শিকাওক।
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“প্ৰতিদিনে যিহোৱা ঈশ্বৰক প্ৰশংসা কৰক!”: (১৫ মি.) আলোচনা। আপোনাৰ প্ৰতিভা যিহোৱাৰ সেৱাত ব্যৱহাৰ কৰক নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) যিহোৱাৰ কাষ চাপক অধ্যায় ২৭ ¶১-৯
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ১৯ আৰু প্ৰাৰ্থনা