ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 জানুৱাৰী পৃষ্ঠা ৩
  • জানুৱাৰী ৮-১৪

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জানুৱাৰী ৮-১৪
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 জানুৱাৰী পৃষ্ঠা ৩

জানুৱাৰী ৮-১৪

মথি ৪-৫

  • গীত ৪৫ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যীচুৰ পৰ্ব্বতীয়া উপদেশৰপৰা শিক্ষা”: (১০ মি.)

    • মথি ৫:৩—আধ্যাত্মিক বিষয়বোৰ পূৰ কৰাৰ বাবে সজাগ হোৱাৰ যোগেদি আমি আনন্দিত হʼব পাৰিম (“ধন্য,” “আত্মাত দৰিদ্ৰবিলাক” মথি ৫:৩ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মথি ৫:৭—দয়ালু আৰু কৰুণাময় হʼলে আমি আনন্দিত হʼম (“দয়ালু” মথি ৫:৭ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মথি ৫:৯—আনৰ লগত শান্তি বজাই ৰাখিলে আমি সুখী হʼম (“মিলনকাৰী” মথি ৫:৯ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty, w০৭-HI ১২/১ ১৭)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • মথি ৪:৯—চয়তানে যীচুক কি কৰিবলৈ প্ৰলোভিত কৰিছিল? (“দণ্ডৱতে মোক প্ৰণাম কৰা” মথি ৪:৯ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মথি ৪:২৩—যীচুৱে নিজৰ জীৱন কালত কি দুটা গুৰুত্বপূৰ্ণ কামত ব্যস্ত আছিল? (“উপদেশ . . . প্ৰচাৰ” মথি ৪:২৩ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) মথি ৫:৩১-৪৮

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হিত চাওক।

  • প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • ভাষণ: (৬ মি. বা কম) w১৬.০৩-HI ৩১-৩২—বিষয়: চয়তানে যীচুক পৰীক্ষা কৰিবলৈ সঁচাকৈ ধৰ্ম্মধামৰ ওপৰলৈ লৈ গৈছিল নেকি?

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৩৫

  • ধাৰ্ম্মিকতাৰ কাৰণে তাড়না পোৱাবিলাক ধন্য: (৯ মি.) নামকুংগ পৰিয়াল: বিশ্বাসৰ বাবে জেলত নামৰ ভিডিঅʼখন দেখুৱাওক। এই ভিডিঅʼখনৰপৰা শিকা কথাবোৰ আলোচনা কৰক।

  • “তোমাৰ ভায়েৰাই সৈতে প্ৰথমে মিল হোৱা—কেনেকৈ”: (৬ মি.) আলোচনা। প্ৰতিটো বক্সৰ শেষৰ পৰামৰ্শটোৱেই যে সঠিক হয়, তাৰ বিষয়ে আলোচনা কৰক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) যিহোৱাৰ কাষ চাপক অধ্যায়  ৩০ ¶১৯-২৩ আৰু “ধ্যানৰ বাবে প্ৰশ্ন” নামৰ বক্স

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৫৩ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক