ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 ফেব্ৰুৱাৰী পৃষ্ঠা ৮
  • ফেব্ৰুৱাৰী ২৬–মাৰ্চ ৪

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ফেব্ৰুৱাৰী ২৬–মাৰ্চ ৪
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 ফেব্ৰুৱাৰী পৃষ্ঠা ৮

ফেব্ৰুৱাৰী ২৬–মাৰ্চ ৪

মথি ১৮-১৯

  • গীত ৫২ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “নিজক আৰু আনক বিঘিনি জন্মোৱাৰপৰা বিৰত থাকক”: (১০ মি.)

    • মথি ১৮:৬, ৭—আমি আনক বিঘিনি জন্মোৱা উচিত নহয় (“এটা গাধৰ দ্বাৰা ঘূৰোৱা জাঁত,” “বিঘিনি জন্মোৱাৰ কাৰণৰ” ওপৰত অধ্যয়নৰ টোকা আৰু “জাঁত,” “জাঁতৰ ওপৰৰ আৰু তলৰ শিল” মথি ১৮:৬, ৭ পদৰ ওপৰত ভিডিঅ’, nwtsty)

    • মথি ১৮:৮, ৯—বিঘিনি জন্মোৱা যিকোনো কাৰ্য্যৰপৰা আমি আঁতৰি থকা উচিত (“গেহেনা,” মথি ১৮:৯ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty আৰু শব্দকোষ)

    • মথি ১৮:​১০—যদি আমি আনক বিঘিনি জন্মাইছোঁ, তেনেহʼলে যিহোৱা ঈশ্বৰে তাৰ বিষয়ে ভালদৰে জানে (“মোৰ পিতৃৰ মুখ সদায় দেখা পায়” মথি ১৮:১০ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty; w১১-HI ৪/১ ২৪)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • মথি ১৮:২১, ২২—আমি কোনো ভাই বা ভনীক কেইবাৰ ক্ষমা কৰা উচিত? (“৭৭ বাৰ” মথি ১৮:২২ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মথি ১৯:৭—“ত্যাগ-পত্ৰ দি ত্যাগ” কৰাৰ উদ্দেশ্য কি আছিল? (“ত্যাগ-পত্ৰৰ” ওপৰত অধ্যয়নৰ টোকা আৰু “বিবাহ-বিচ্ছেদৰ পত্ৰ” মথি ১৯:৭ পদৰ ওপৰত ভিডিঅ’, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) মথি ১৮:১৮-৩৫

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।

  • তৃতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) নিজাকৈ এটা শাস্ত্ৰপদ নিৰ্ব্বাচন কৰক আৰু অধ্যয়নৰ বাবে কোনো প্ৰকাশন আগবঢ়াওক।

  • বাইবেল অধ্যয়ন: (৬ মি. বা কম) বাইবেলে শিকায় ২৫-২৬ ¶১৮-২০—বিদ্যাৰ্থীৰ হৃদয় স্পৰ্শ কৰিব পৰাকৈ বৰ্ণনা কৰক।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৫৩

  • বিঘিনি জন্মোৱাৰ কাৰণ নহʼব (২কৰি ৬:⁠৩): (৯ মি.) ভিডিঅʼখন দেখুৱাওক।

  • মাৰ্চ ৩-ৰপৰা স্মৰণীয় দিনৰ অভিযান: (৬ মি.) ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহৰ জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকা (হিন্দী), পৃষ্ঠা ৮ আধাৰত ভাষণ। স্মৰণীয় দিনৰ নিমন্ত্ৰণ-পত্ৰৰ একোটাকৈ কপি শ্ৰোতাসকলৰ মাজত বিতৰণ কৰক আৰু ইয়াৰ বিষয়বোৰ আলোচনা কৰক। বিশেষ জন-ভাষণৰ বিষয় হৈছে “যীচু খ্ৰীষ্ট প্ৰকৃততে কোন হয়?” আৰু এই ভাষণ ২০১৮ চনৰ ১৯ মাৰ্চত দিয়া হʼব বুলি ধ্যান আকৰ্ষণ কৰাওক। এই ভাষণে লোকসকলক স্মৰণীয় দিনত উপস্থিত থাকিবলৈ উৎসাহিত কৰিব। মণ্ডলীৰ প্ৰচাৰ এলেকাত কেনেকৈ এই নিমন্ত্ৰণ-পত্ৰ বিতৰণ কৰা হʼব, তাৰ বিষয়ে বৰ্ণনা কৰক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ৩ ¶১-৩

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৩৭ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক