ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 মাৰ্চ পৃষ্ঠা ৬
  • মাৰ্চ ২৬–এপ্ৰিল ১

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মাৰ্চ ২৬–এপ্ৰিল ১
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 মাৰ্চ পৃষ্ঠা ৬

মাৰ্চ ২৬–এপ্ৰিল ১

মথি ২৫

  • গীত ৩২ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “পৰ দি থাকা”: (১০ মি.)

    • মথি ২৫:১-৬—পাঁচজনী সুবুদ্ধি কন্যা আৰু পাঁচজনী নিৰ্ব্বুদ্ধি কন্যাই দৰাক আগবঢ়াই আনিবলৈ ওলাই যায়

    • মথি ২৫:৭-১০—দৰা উপস্থিত হোৱাৰ সময়ত নিৰ্ব্বুদ্ধি কন্যাকেইজনী তাত নাছিল

    • মথি ২৫:১১, ১২—কেৱল সুবুদ্ধি কন্যাকেইজনীহে বিয়াঘৰত সোমাবলৈ সক্ষম হয়

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • মথি ২৫:৩১-৩৩—মেৰ আৰু ছাগলীৰ দৃষ্টান্তটো বৰ্ণনা কৰক। ( w১৫-HI ৩/১৫ ২৬ ¶৭)

    • মথি ২৫:৪০—আমি কেনেকৈ দেখুৱাব পাৰোঁ যে আমি খ্ৰীষ্টৰ ভাইসকলৰ বন্ধু হওঁ? ( w০৯-HI ১০/১৫ ১৬ ¶১৬-১৮)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) মথি ২৫:১-২৩

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। স্মৰণীয় দিনৰ সভাত উপস্থিত হʼবলৈ নিমন্ত্ৰণ কৰক।

  • তৃতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) নিজাকৈ এটা শাস্ত্ৰপদ নিৰ্ব্বাচন কৰক আৰু অধ্যয়নৰ বাবে ব্যৱহাৰ হোৱা এখন প্ৰকাশন আগবঢ়াওক।

  • ভাষণ: (৬ মি. বা কম) w১৫-HI  ৩/১৫ ২৬ ¶৭-১০—বিষয়: মেৰ আৰু ছাগলীৰ এই দৃষ্টান্তই কেনেদৰে ঘোষণা কাৰ্য্য কৰাৰ বাবে উৎসাহিত কৰে?

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ২১

  • “ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—বাইবেল বিদ্যাৰ্থীসকলক আগতীয়াকৈ প্ৰস্তুতি কৰিবলৈ শিকাওক”: (১০ মি.) আলোচনা। তাৰ পাছত ভিডিঅʼখন দেখুৱাওক, যʼত প্ৰচাৰকে শিকাইছে যে বাইবেল বিদ্যাৰ্থীয়ে কেনেকৈ অধ্যয়নৰ বাবে আগতীয়াকৈ প্ৰস্তুতি কৰা উচিত। নিজৰ বাইবেল বিদ্যাৰ্থীসকলক অধ্যয়নৰ বাবে প্ৰস্তুতি কৰাত আন কি কি উপায় ব্যৱহাৰ কৰা হৈছে, তাৰ বিষয়ে শ্ৰোতাসকলক সোধক।

  • অতিথিসকলক আদৰণি: (৫ মি.) ২০১৬ চনৰ মাৰ্চ মাহৰ জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকা (হিন্দী) আধাৰত ভাষণ। ২০১৭ চনৰ স্মৰণীয় দিনৰ সময়ছোৱাত লাভ কৰা কিছুমান অনুভৱ বৰ্ণনা কৰক। মাৰ্চ ৩১ তাৰিখে হʼবলগীয়া স্মৰণীয় দিনৰ সভাত উপস্থিত হওঁতে পাৰ্কিং, প্ৰেক্ষাগৃহত সোমোৱা বা ওলোৱা আদিৰ লগত জড়িত থকা বিষয়বোৰ সোঁৱৰাই দিয়ক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ৫ ¶১-৪

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ১৯ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক