ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 ছেপ্টেম্বৰ পৃষ্ঠা ২
  • চেপ্টেম্বৰ ৩-৯

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • চেপ্টেম্বৰ ৩-৯
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 ছেপ্টেম্বৰ পৃষ্ঠা ২

চেপ্টেম্বৰ ৩-৯

যোহন ১-২

  • গীত ৫ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যীচুৰ প্ৰথম আচৰিত কৰ্ম্ম”: (১০ মি.)

    • [যোহন কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

    • যোহ ২:১-৩—এখন বিবাহত এনে এটা ঘটনা ঘটিল, যাৰ বাবে ডৰা-কইনাই হয়তো লাজত পৰিবলগীয়া হʼলহেঁতেন (w১৫-HI ৬/১৫ ৪ ¶৩)

    • যোহ ২:৪-১১—যীচুৱে কৰা আচৰিত কৰ্ম্মৰ বাবে শিষ্যসকলৰ বিশ্বাস দৃঢ় হয় (jy-E ৪১ ¶৬)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • যোহ ১:১—“বাক্য” সৰ্ব্বশক্তিমান ঈশ্বৰ হয় বুলি যোহনে কোৱা নাছিল। ইয়াক আমি কেনেকৈ কʼব পাৰোঁ? (যোহ ১:১ পদৰ ওপৰত “বাক্য,” “সৈতে,” “বাক্যই স্বয়ং ঈশ্বৰ” অধ্যয়নৰ টোকা, nwtsty)

    • যোহ ১:২৯, ৩০—যোহন বাপ্তাইজকে যীচুক কিয় ‘ঈশ্বৰৰ মেৰ পোৱালি’ বুলি কৈছিল? (যোহ ১:২৯ পদৰ ওপৰত “ঈশ্বৰৰ মেৰ পোৱালি” অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) যোহ ১:১-১৮

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।

  • বাইবেল অধ্যয়ন: (৬ মি. বা কম) ভাল খবৰ পাঠ ৪ ¶১-২

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ২৩

  • স্থানীয় প্ৰয়োজনীয়তা: (৮ মি.)

  • সংগঠনে লাভ কৰা সফলতা: (৭ মি.) চেপ্টেম্বৰ মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ বাৰ্ত্তা পাঠ ২

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ১৯ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক