ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 ছেপ্টেম্বৰ পৃষ্ঠা ৩
  • চেপ্টেম্বৰ ১০-১৬

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • চেপ্টেম্বৰ ১০-১৬
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 ছেপ্টেম্বৰ পৃষ্ঠা ৩

চেপ্টেম্বৰ ১০-১৬

যোহন ৩-৪

  • গীত ১৮ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যীচুৱে এগৰাকী চমৰীয়া তিৰোতাক সাক্ষ্য দিয়ে”: (১০ মি.)

    • যোহ ৪:৬, ৭—ভাগৰি পৰাৰ সত্ত্বেও যীচুৱে নিজে আগবাঢ়ি গৈ চমৰীয়া তিৰোতাগৰাকীৰ লগত কথা পাতে (যোহ ৪:৬ পদৰ ওপৰত “শ্ৰান্ত হৈ” অধ্যয়নৰ টোকা, nwtsty)

    • যোহ ৪:২১-২৪—যীচুৱে সুযোগ বিচাৰি ঘোষণা কৰাৰ বাবে বহুতোলোকে তেওঁৰ বিষয়ে জানিবলৈ সক্ষম হয়

    • যোহ ৪:৩৯-৪১—যীচুৱে আগবাঢ়ি গৈ কথা পতাৰ পৰিণামস্বৰূপে বহুতো চমৰীয়া লোক পাছলৈ যীচুৰ ওপৰত বিশ্বাস কৰে

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • যোহ ৩:২৯—এই পদৰ অৰ্থ কি? (যোহ ৩:২৯ পদৰ ওপৰত “দৰাৰ যি বন্ধু” অধ্যয়নৰ টোকা, nwtsty)

    • যোহ ৪:১০—যেতিয়া যীচুৱে ‘জীৱনময় পানীৰ’ বিষয়ে বৰ্ণনা কৰে, তেতিয়া চমৰীয়া তিৰোতাগৰাকীৰ মনলৈ কি আহিছিল? কিন্তু প্ৰকৃততে যীচুৱে কিহৰ বিষয়ে বৰ্ণনা কৰিছিল? (যোহন ৪:১০ পদৰ ওপৰত “জীৱনময় পানী” অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) যোহ ৪:১-১৫

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।

  • প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • ভাষণ: (৬ মি. বা কম) wp১৬.২-E ৯ ¶১-৪—বিষয়: যোহন ৪:২৩ পদটো বৰ্ণনা কৰক।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৪৭

  • “ঘোষণা কাৰ্য্যত আমাৰ দক্ষতা উন্নতি কৰা—সাধাৰণ বিষয় উল্লেখ কৰি কথা-বতৰা আৰম্ভ কৰক, যাতে আপুনি সাক্ষ্য দিব পাৰে:” (১৫ মি.) আলোচনা। অৱশেষত এই সপ্তাহত কম পক্ষেও এজন ব্যক্তিৰ লগত কথা-বতৰা আৰম্ভ কৰিবলৈ সকলোকে উৎসাহিত কৰক। পৰৱৰ্তী সভাত প্ৰচাৰকসকলে নিজৰ অনুভৱ কʼবলৈ সুযোগ লাভ কৰিব।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ বাৰ্ত্তা পাঠ ৩

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ২৬ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক