নৱেম্বৰ ১৮-২৪
প্ৰকাশিত বাক্য ১-৩
গীত ১৫ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“তোমাৰ কৰ্ম্ম মই জানো”: (১০ মি.)
[প্ৰকাশিত বাক্য কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]
প্ৰকা ১:২০—যীচুৱে মণ্ডলীৰ প্ৰাচীন গোষ্ঠীক সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰে (w১২-HI ১০/১৫ ১৪ ¶৮)
প্ৰকা ২:১, ২—প্ৰতিখন মণ্ডলীত কি হৈ আছে, তাৰ বিষয়ে যীচুৱে ভালদৰে জানে (w১২-HI ৪/১৫ ২৯ ¶১১; w০১ ১/১ ২৮ ¶২০)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
প্ৰকা ১:৭—যীচুক কেতিয়া আৰু কেনেকৈ ‘মেঘেৰে অহা’ সকলোৱে দেখিবলৈ পাব? (kr-HI ২২৬ ¶১০)
প্ৰকা ২:৭—“ঈশ্বৰৰ পৰম-দেশত” থকা ‘জীৱন-বৃক্ষ’ খোৱাৰ অৰ্থ কি? (w০৯-HI ১/১৫ ৩১ ¶১)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) প্ৰকা ১:১-১১ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।
প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ২)
প্ৰথম পুনৰ সাক্ষাৎ: (৫ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। বাইবেল কিয় অধ্যয়ন কৰা উচিত? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক আৰু আলোচনা কৰক (কিন্তু ভিডিঅʼখন নচলাব)। (শিক্ষা অধ্যায় ৩)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“আমাৰ প্ৰয়োজনীয়তাৰ বিষয়ে যিহোৱাই ভালদৰে জানে”: (১৫ মি.) আলোচনা। ২০১৭ চনৰ শিক্ষা সমিতিৰ ৰিপৰ্ট নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১২ ¶১৭-২২
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ৮৯ আৰু প্ৰাৰ্থনা