ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 মাৰ্চ পৃষ্ঠা ৪
  • মাৰ্চ ১৬-২২

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মাৰ্চ ১৬-২২
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 মাৰ্চ পৃষ্ঠা ৪

মাৰ্চ ১৬-২২

আদিপুস্তক ২৫-২৬

  • গীত ১৮ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “এচৌৱে নিজৰ জ্যেষ্ঠাধিকাৰ বেচে”: (১০ মি.)

    • আদি ২৫:২৭, ২৮—এচৌ আৰু যাকোব যঁজা আছিল, কিন্তু তেওঁলোকৰ ব্যক্তিত্ব আৰু কাম-কাজ বেলেগ বেলেগ আছিল (it-১-E ১২৪২)

    • আদি ২৫:২৯, ৩০—এচৌৱে নিজকে নিয়ন্ত্ৰণ নকৰিলে, কিন্তু ভোক আৰু ভাগৰে যি কৰাইছিল, তাকে কৰিলে

    • আদি ২৫:৩১-৩৪—এসাঁজ আহাৰৰ বাবে অকৃতজ্ঞ এচৌৱে নিজৰ জ্যেষ্ঠাধিকাৰক যাকোবক বেচিলে (w১৯.০২-HI ১৬ ¶১১; it-১-E ৮৩৫)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • আদি ২৫:৩১-৩৪—এই ঘটনাৰপৰা কেনেকৈ বুজিব পাৰি যে মচীহৰ পুৰ্বপুৰুষ হʼবলৈ জ্যেষ্ঠাধিকাৰ হোৱাৰ প্ৰয়োজন নাছিল? (ইব্ৰী ১২:১৬; w১৭.১২-HI ১৫ ¶৫-৭)

    • আদি ২৬:৭—ইচহাকে কিয় ৰিবেকাক নিজৰ পত্নী হয় বুলি সঁচা কথা কোৱা নাছিল? (it-২-E ২৪৫ ¶৬)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) আদি ২৬:১-১৮ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: যদি গৃহস্থই প্ৰশ্নটোৰ উত্তৰ নাজানে, তেনেহʼলে আমি কেনেকৈ তেওঁক লজ্জিত কৰাৰপৰা আঁতৰি থাকিব পাৰোঁ? প্ৰচাৰকজনে মথি ২০:২৬ পদৰ ওপৰত কেনেকৈ প্ৰভাৱশালীভাৱে যুক্তি কৰিছিল?

  • প্ৰথম পুনৰ সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৩)

  • প্ৰথম পুনৰ সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত বাইবেলে শিকায় কিতাপখন দিয়ক। (শিক্ষা অধ্যায় ১৫)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৭৮

  • লোকসকলৰ লগত ঈশ্বৰৰপৰা ভাল খবৰ! নামৰ ব্ৰচাৰখন অধ্যয়ন কৰোতে, ভিডিঅʼবোৰ দেখুৱাওক: (১৫ মি.) আলোচনা। মৃত্যু হʼলে আমাৰ কি হয়? আৰু ঈশ্বৰে কিয় দুখ-কষ্টৰ অনুমিত দিছে? নামৰ ভিডিঅʼকেইখন দেখুৱাওক। প্ৰতিখন ভিডিঅ’ দেখুৱাৰ পাছত এই প্ৰশ্নবোৰ সোধক: ভাল খবৰ ব্ৰচাৰখনৰপৰা বাইবেল অধ্যয়ন কৰোতে, আপুনি এই ভিডিঅʼবোৰ কেনেকৈ ব্যৱহাৰ কৰিব পাৰে? (mwb১৯.০৩ ৭) ভিডিঅʼখনত দেখুৱা কোনটো বিষয় আপোনাৰ শিক্ষা দিয়াত সহায় কৰিব পাৰে? সকলোকে মনত পেলাই দিয়ক যে ভাল খবৰ ব্ৰচাৰখনৰ ডিজিটেল ফৰমেটত ভিডিঅʼৰ বাবে লিংক দিয়া আছে।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১৮ ¶৮-১৬

  • সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)

  • গীত ৮১ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক