ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 মাৰ্চ পৃষ্ঠা ৫
  • মাৰ্চ ২৩-২৯

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মাৰ্চ ২৩-২৯
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 মাৰ্চ পৃষ্ঠা ৫

মাৰ্চ ২৩-২৯

আদিপুস্তক ২৭-২৮

  • গীত ১০ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যাকোবে নিজৰ পাবলগীয়া আশীৰ্বাদ লাভ কৰে”: (১০ মি.)

    • আদি ২৭:৬-১০—ৰিবেকাৰ সহায়ত যাকোবে নিজৰ পাবলগীয়া আশীৰ্বাদ লাভ কৰিছিল (w০৪ ৫/১ ৩১ ¶৩-৪)

    • আদি ২৭:১৮, ১৯—যাকোবে নিজৰ পিতৃৰ ওচৰলৈ এচৌ হৈ আহিছিল (w০৭-E ১০/১ ৩১ ¶২-৩)

    • আদি ২৭:২৭-২৯—ইচহাকে জ্যেষ্ঠপুত্ৰৰ আশীৰ্বাদ যাকোবক দিলে (it-১-E ৩৪১ ¶৬)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • আদি ২৭:৪৬–২৮:২—বিবাহিত দম্পতিয়ে ইচহাক আৰু ৰিবেকাৰপৰা কি শিকিব পাৰে? (w০৬-HI ৪/১৫ ৬ ¶৩-৪)

    • আদি ২৮:১২, ১৩—যাকোবে দৰ্শনত দেখা ‘এখন জখলাৰ’ অৰ্থ কি আছিল? (w০৪ ২/১ ৩০ ¶৬)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) আদি ২৭:১-২৩ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: প্ৰচাৰকজনে কেনেকৈ দেখুৱায় যে তেওঁ গৃহস্থৰ কথা শুনিছিল? প্ৰচাৰকজনে কেনেকৈ শিক্ষাদানৰ সঁজুলিৰ বাকচটো ভালদৰে ব্যৱহাৰ কৰিছিল? প্ৰচাৰকজনে কেনেকৈ তাইৰ ছোৱালীজনীক প্ৰশিক্ষণ দিছিল?

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৬)

  • বাইবেল অধ্যয়ন: (৫ মি. বা কম) jl পাঠ ১৭ (শিক্ষা অধ্যায় ১১)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৩৪

  • মণ্ডলীৰ প্ৰয়োজনীয়তা: (১৫ মি.)

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১৮ ¶১৭-২৫

  • সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)

  • গীত ৫২ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক