মে’ ৪-১০
আদিপুস্তক ৩৬-৩৭
গীত ১১৪ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যোচেফে নিজৰ ককায়েকহঁতৰ ঘৃণাৰ পাত্ৰ হʼল”: (১০ মি.)
আদি ৩৭:৩, ৪—যোচেফৰ ককায়েকহঁতে তেওঁক ঘিণ কৰিছিল, কিয়নো তেওঁ তেওঁলোকৰ পিতৃৰ প্ৰিয় আছিল (w১৪-E ৮/১ ১২-১৩)
আদি ৩৭:৫-৯, ১১—যোচেফে যি সপোনৰ বিষয়ে কৈছিল, ইয়াৰ বাবে তেওঁৰ ককায়েকহঁতে তেওঁক আৰু বেছি ঈৰ্ষা কৰিবলৈ ধৰিলে (w১৪-E ৮/১ ১৩ ¶২-৪)
আদি ৩৭:২৩, ২৪, ২৮—যোচেফৰ ককায়েকহঁতৰ মনত ঈৰ্ষা ভাৱ থকাৰ বাবে তেওঁলোকে যোচেফৰ লগত বেয়া ব্যৱহাৰ কৰিছিল
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
আদি ৩৬:১—এচৌক আন এটা নাম ইদোম কিয় দিয়া হৈছিল? (it-১-E ৬৭৮)
আদি ৩৭:২৯-৩২—যোচেফৰ ককায়েকহঁতে তেওঁৰ ফটা আৰু তেজত জুবুৰিয়া চোলাটো যাকোবক কিয় দিছিল? (it-১-E ৫৬১-৫৬২)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি. বা কম) আদি ৩৬:১-১৯ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক: (১০ মি.) আলোচনা। আনে বুজাত সহজ কৰক নামৰ ভিডিঅʼখন দেখুৱাওক, তাৰ পাছত শিক্ষা ব্ৰচাৰখনৰপৰা অধ্যায় ১৭ আলোচনা কৰক।
ভাষণ: (৫ মি. বা কম) w০২-HI ১০/১৫ ৩০-৩১—বিষয়: খ্ৰীষ্টানসকলক ঈশ্বৰৰ প্ৰতি ঈৰ্ষা বা উৎসাহ কিয় হোৱা উচিত? (শিক্ষা অধ্যায় ৬)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“আপুনি সাজু আছেনে?”: (১৫ মি.) এজন প্ৰাচীনৰ দ্বাৰা আলোচনা। প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হʼবলৈ সাজু আছেনে? নামৰ ভিডিঅʼখন দেখুৱাওক। যদি শাখা কাৰ্য্যালয় আৰু প্ৰাচীন গোষ্ঠীয়ে কিবা নিৰ্দেশনা দিছে, তেনেহʼলে পুনৰ আলোচনা কৰক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম পাতনি পৃ. ৩, অধ্যায় ১ ¶১-৯
সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)
গীত ১৪০ আৰু প্ৰাৰ্থনা