ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 নৱেম্বৰ পৃষ্ঠা ৬
  • যিহোৱাৰ আশীৰ্বাদৰ প্ৰমাণ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ আশীৰ্বাদৰ প্ৰমাণ
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • এজন বিশ্বাসী বুদ্ধিমান “দাস”
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • বিশ্বাসী আৰু বুদ্ধিমান দাস কোন হয়?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
  • ‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গই’ পৰীক্ষাত কৃতকাৰ্য্য হ’ল!
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • “বিশ্বাসী বুদ্ধিমান দাস” কোন আৰু তেওঁলোকে কি কৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 নৱেম্বৰ পৃষ্ঠা ৬

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লেবীয়া পুস্তক ৮-৯

যিহোৱাৰ আশীৰ্বাদৰ প্ৰমাণ

৮:৬-৯, ১২; ৯:১-৫, ২৩, ২৪

যেতিয়া হাৰোণ আৰু তেওঁৰ সন্তানসকলক পুৰোহিত পদ দিয়া হৈছিল, তেতিয়া তেওঁলোকে প্ৰথমবাৰ যিহোৱাক হোম-বলি উৎসৰ্গ কৰিলে। তেতিয়া যিহোৱাই বেদীৰ ওপৰত জুই দিলে আৰু বলিদান সম্পূৰ্ণৰূপে ভঙ্গ কৰিলে। এইদৰে কৰি যিহোৱাই প্ৰকাশ কৰিলে যে তেওঁ পুৰোহিতসকলৰপৰা আনন্দিত আছে আৰু তেওঁলোকৰ লগত আছে। যিহোৱাই ইস্ৰায়েলীক উৎসাহিত কৰিছিল যে তেওঁলোকেও যেন পুৰোহিতসকলৰ সমৰ্থন কৰক। বৰ্তমান সময়ত যিহোৱাই আটাইতকৈ ডাঙৰ মহা-পুৰোহিত, যীচু খ্ৰীষ্টক সম্পূৰ্ণৰূপে সমৰ্থন কৰিছে। (ইব্ৰী ৯:১১, ১২) ১৯১৯ চনত যীচু খ্ৰীষ্টই অভিষিক্ত ভাইসকলৰ এটা সমূহক ‘বিশ্বাসী বুদ্ধিমান দাস’ হিচাপে নিযুক্ত কৰিলে। (মথি ২৪:৪৫) বৰ্তমান সময়ত যিহোৱাই বিশ্বাসী বুদ্ধিমান দাসসকলৰ কামত আশীৰ্বাদ দিছে বুলি কি প্ৰমাণ আছে?

  • বিৰোধৰ সত্বেও এই দাসসকলে সঠিক সময়ত আমাক আধ্যাত্মিক আহাৰ দি আছে

  • ভৱিষ্যতবাণী কৰাৰ দৰে বৰ্তমান সময়ত “গোটেই জগততে” ঘোষণা কাৰ্য্য কৰা হৈছে।—মথি ২৪:১৪

আমি বিশ্বাসী বুদ্ধিমান দাসসকলক কেনেকৈ সমৰ্থন কৰিব পাৰোঁ?

ছবি: ১. মহিমাৰে পৰিপূৰ্ণ যীচু খ্ৰীষ্টই পৃথিৱীত শাসন কৰি আছে। ২. প্ৰশাসন গোষ্ঠীৰ সদস্যসকলে একেলগে মিলি আলোচনা কৰিছে, যাতে সকলোৱে সঠিক সময়ত আহাৰ লাভ কৰিব পাৰে। ৩. এজন ভায়ে এজন ব্যক্তিক সাক্ষ্য দিছে।
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক