ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 জানুৱাৰী পৃষ্ঠা ১৫
  • ফেব্ৰুৱাৰী ২২-২৮

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ফেব্ৰুৱাৰী ২২-২৮
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 জানুৱাৰী পৃষ্ঠা ১৫

ফেব্ৰুৱাৰী ২২-২৮

গণনা পুস্তক ৫-৬

  • গীত ৮১ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “নাচৰীয়াৰ দৰে আপোনাৰো উৎসাহ আছেনে?”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • গণ ৬:৬, ৭—চিমচোনে যিসকলক হত্যা কৰিছিল, তেওঁলোকৰ মৃতদেহ তেওঁ স্পৰ্শ কৰিছিল। তেনেহʼলে তেওঁ কেনেকৈ নাচৰীয়া হৈ থাকিল? (w০৫-HI ১/১৫ ৩০ ¶২)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) গণ ৫:১-১৮ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায়লৈ কথা-বতৰা আৰম্ভ কৰক। যিহোৱাৰ সাক্ষীসকল—আমি কোন হওঁ? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক আৰু আলোচনা কৰক (কিন্তু ভিডিঅʼখন নচলাব)। (শিক্ষা অধ্যায় ১)

  • পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হি সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা এখন প্ৰকাশন আগবঢ়াওক। (শিক্ষা অধ্যায় ৩)

  • ভাষণ: (৫ মি.) w০৬–HI ১/১৫ ৩২—এনে এটা আৱিষ্কাৰ, যিয়ে বাইবেলক সঠিক বুলি প্ৰমাণিত কৰে। (শিক্ষা অধ্যায় ১৩)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৭৬

  • “আপুনি মাৰ্চ বা এপ্ৰিল মাহত সহকাৰী অগ্ৰগামী সেৱা কৰিবনে?”: (৫ মি.) আলোচনা।

  • ফেব্ৰুৱাৰী ২৭, শনিবাৰৰপৰা স্মৰণীয় দিনৰ অভিযানৰ আৰম্ভণি: (১০ মি.) আলোচনা। সকলোকে এখনকৈ নিমন্ত্ৰণ-পত্ৰ দিয়ক আৰু ইয়াৰ বিষয়ে আলোচনা কৰক। স্থানীয় প্ৰয়োজনীয়তা অনুসৰি প্ৰস্তুত কৰক। আলোচনাৰ বাবে আৰ্হি ভিডিঅʼখন দেখুৱাওক তাৰ পাছত শ্ৰোতাসকলক সোধক: যীচুৰ মৃত্যুক সোঁৱৰণ কৰক ভিডিঅʼখন কেতিয়া দেখুৱাব পাৰি? কেনেকৈ জানিব পাৰি যে ব্যক্তিজন আগ্ৰহী?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ১৪ ¶১-৯

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ৫২ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক