ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মাৰ্চ পৃষ্ঠা ৪
  • মাৰ্চ ১৫-২১

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মাৰ্চ ১৫-২১
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মাৰ্চ পৃষ্ঠা ৪

মাৰ্চ ১৫-২১

গণনা পুস্তক ১১-১২

  • গীত ৪৬ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “অভিযোগ কৰাৰপৰা কিয় আঁতৰি থকা উচিত?”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • গণ ১১:৭, ৮—মান্না দেখাত আৰু তাৰ সোৱাদ কেনেকুৱা আছিল? ইয়াৰপৰা যিহোৱাৰ প্ৰেম কেনেকৈ প্ৰকাশ হয়? (it–২–E ৩০৯)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) গণ ১১:১-১৫ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • স্মৰণীয় দিনৰ নিমন্ত্ৰণ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। যদি গৃহস্থই আগ্ৰহ দেখুৱায়, তেনেহʼলে যীচুৰ মৃত্যুক সোঁৱৰণ কৰক নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক আৰু আলোচনা কৰক। (শিক্ষা অধ্যায় ১১)

  • পুনৰ সাক্ষাৎ: (৩ মি.) এনে এজন ব্যক্তিক পুনৰ সাক্ষাৎ কৰক, যিজন ব্যক্তিয়ে আগ্ৰহ দেখুৱাৰ বাবে আপুনি স্মৰণীয় দিনৰ নিমন্ত্ৰণ-পত্ৰ দিছিলে। (শিক্ষা অধ্যায় ৪)

  • পুনৰ সাক্ষাৎ: (৫ মি.) স্মৰণীয় ভাষণ শেষ হোৱাৰ পাছত কোনো এজন আগ্ৰহী ব্যক্তিৰ লগত কথা-বতৰা আৰম্ভ কৰক। তেওঁ কাৰ্য্যক্ৰমৰ বিষয়ে সোধা এটা প্ৰশ্নৰ উত্তৰ দিয়ক। (শিক্ষা অধ্যায় ২)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৯

  • “আপুনি প্ৰভু ভোজৰ বাবে প্ৰস্তুতি কৰিছেনে?”: (১৫ মি.) আলোচনা। প্ৰভু ভোজৰ বাবে যি ব্যৱস্থা কৰা হৈছে, তাৰ বিষয়ে কিবা ঘোষণা থাকিলে কৰক। প্ৰভু ভোজৰ পিঠা কেনেকৈ বনোৱা হয় নামৰ ভিভিঅ’খন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ১৫ ¶১-৯

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ১১৭ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক