মাৰ্চ ২৯–এপ্ৰিল ৪
গণনা পুস্তক ১৫-১৬
গীত ১০১ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“অহংকাৰী হৈ নিজৰ ওপৰত বেছি ভৰসা নকৰিব”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
গণ ১৫:৩২-৩৫—এই ঘটনাৰপৰা আমি কি শিকিব পাৰোঁ? (w৯৮–HI ৯/১ ২০ ¶১-২)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) গণ ১৫:১-১৬ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। প্ৰথম সাক্ষাৎ: যীচু—মথি ১৬:১৬ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত যেতিয়া প্ৰশ্ন সোধে, তেতিয়া ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ সোধক।
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১)
ভাষণ: (৫ মি.) w১৫–HI ৫/১৫ ১৫¶৫-৬—বিষয়: উচিত গৌৰৱ আৰু অনুচিত গৌৰৱৰ মাজত কি পাৰ্থক্য আছে? (শিক্ষা অধ্যায় ৮)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“যিসকলে বিশ্বাসী হৈ নাথাকে, তেওঁলোকক অনুকৰণ নকৰিব”: (১৫ মি.) আলোচনা। বিশ্বাসী হৈ নথকা লোকসকলক অনুকৰণ নকৰিব নাম ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ১৫ ¶১৮-২৩, পৃ. ২০৬ বক্স
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১১৫ আৰু প্ৰাৰ্থনা