এপ্ৰিল ১৯-২৫
গণনা পুস্তক ২২-২৪
গীত ৮ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যিহোৱাই অভিশাপক আশীৰ্বাদলৈ পৰিণত কৰিলে”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
গণ ২২:২০-২২—বিলিয়মৰ অহিতে কিয় যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল? (w০৪ ৮/১ ৩১ ¶৩)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) গণ ২৩:১১-২৬ (শিক্ষা অধ্যায় ২)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
“প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক—ঈশ্বৰৰ বাক্য ব্যৱহাৰ কৰক”: (১০ মি.) আলোচনা। শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—ঈশ্বৰৰ বাক্য ভালদৰে ব্যৱহাৰ কৰক নামৰ ভিডিঅʼখন দেখুৱাওক।
বাইবেল অধ্যয়ন: (৫ মি.) ভাল খবৰ পাঠ ৫ ¶৩-৪ (শিক্ষা অধ্যায় ৬)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“যিহোৱাই তাড়নাৰ সময়ত সাক্ষ্য দিবলৈ সহায় কৰিলে”: (১৫ মি.) আলোচনা। ভাই ডিমীট্ৰি মিখাইলৌবৰ লগত সাক্ষাৎকাৰ নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ১৬ ¶১৫-২২, পৃ. ২২২ বক্স
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৫২ আৰু প্ৰাৰ্থনা