ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মে’ পৃষ্ঠা ২
  • মে’ ৩-৯

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মে’ ৩-৯
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মে’ পৃষ্ঠা ২

মে’ ৩-৯

গণনা পুস্তক ২৭-২৯

  • গীত ১০৬ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যিহোৱাৰ দৰে নিৰপেক্ষ হওক”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • গণ ২৮:৭, ১৪—পেয় নৈবেদ্যত কি উৎসৰ্গ কৰা হৈছিল? (it-২-E ৫২৮ ¶৫)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) গণ ২৮:১১-৩১ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। প্ৰথম সাক্ষাৎ: ঈশ্বৰৰ উদ্দেশ্য—আদি ১:২৮ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত যেতিয়া প্ৰশ্ন সোধে, তেতিয়া ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ সোধক।

  • প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৪)

  • ভাষণ: (৫ মি.)w০৭-E ৪/১ ১৭-১৮—বিষয়: যিহোৱাই কেনেধৰণৰ বলিদান স্বীকাৰ কৰে? (শিক্ষা অধ্যায় ১৬)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৮২

  • যিহোৱাৰ বন্ধু হোৱা—সকলোকে প্ৰেম কৰা: (৬ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত সম্ভৱ হʼলে কেইজনমান লʼৰা-ছোৱালীক এই প্ৰশ্নবোৰ সোধক: স্কুলত লʼৰা-ছোৱালীবিলাকে প্ৰিয়াৰ লগত কিয় বেয়া ব্যৱহাৰ কৰিছিল? ৰিংকিয়ে কেনেকৈ প্ৰিয়াৰ লগত মৰমেৰে ব্যৱহাৰ কৰিলে? আপুনি কেনেকৈ আন ঠাইৰ লোকসকলক প্ৰেম কৰিব পাৰে?

  • প্ৰকৃত বন্ধু কোন হয়?: (৯ মি.) আলোচনা। হোৱাইট বোৰ্ড এনিমেশ্বনখন দেখুৱাওক। তাৰ পাছত প্ৰশ্ন সোধক: প্ৰকৃত বন্ধু কোন হয়? আপুনি প্ৰকৃত বন্ধু কেনেকৈ বিচাৰিব পাৰে? আপোনাৰ বন্ধুসকলৰ লগত আপুনি কেনেকৈ ঘনিষ্ট বন্ধুত্ব কৰিব পাৰে?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ১৭ ¶১১-২২

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ৪১ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক