ফেব্ৰুৱাৰী ১৪-২০
১ চমূৱেল ৩-৫
গীত ১ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যিহোৱা দয়া দেখুৱা ঈশ্বৰ”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
১চমূ ৩:৩—চমূৱেলে সঁচাকৈ অতি পবিত্ৰ স্থানত শুইছিলনে? (w০৫ ৪/১ ১৮ ¶৬)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ১চমূ ৩:১-১৮ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত এক অনন্ত জীৱন ব্ৰচাৰখন দিয়ক আৰু গৃহস্থক সোধক যে তেওঁ বাইবেল অধ্যয়ন কৰিব বিচাৰেনে। (শিক্ষা অধ্যায় ১১)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত এক অনন্ত জীৱন ব্ৰচাৰখন দিয়ক আৰু পাঠ ০১-ৰপৰা অধ্যয়ন আৰম্ভ কৰক। (শিক্ষা অধ্যায় ১৫)
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন পাঠ ০৩, ৬ ভাগ (শিক্ষা অধ্যায় ১৪)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“চমূৱেলৰ জীৱনৰপৰা শিক্ষা”: (১৫ মি.) আলোচনা। তেওঁলোকৰপৰা শিকক—চমূৱেল নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৫২
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৬১ আৰু প্ৰাৰ্থনা