ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 জানুৱাৰী পৃষ্ঠা ১৫
  • ফেব্ৰুৱাৰী ২৮–মাৰ্চ ৬

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ফেব্ৰুৱাৰী ২৮–মাৰ্চ ৬
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 জানুৱাৰী পৃষ্ঠা ১৫

ফেব্ৰুৱাৰী ২৮–মাৰ্চ ৬

১ চমূৱেল ৯-১১

  • গীত ১২১ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “চৌল প্ৰথমে নম্ৰ আছিল”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ১চমূ ৯:৯—এই পদৰ অৰ্থ কি? (w০৫ ৪/১ ১৯ ¶৮)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ১চমূ ৯:১-১০ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • “প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ বাইবেল বিদ্যাৰ্থীক বেয়া সংগতিৰপৰা আঁতৰি থাকিবলৈ শিকাওক”: (১০ মি.) আলোচনা। নিজৰ বাইবেল বিদ্যাৰ্থীক বেয়া সংগতিৰপৰা আঁতৰি থাকিবলৈ শিকাওক নামৰ ভিডিঅʼখন দেখুৱাওক।

  • ভাষণ: (৫ মি.) w১৫-HI ৪/১৫ ৬-৭ ¶১৬-২০—বিষয়: ভালদৰে শিকোৱাৰ উপায় (শিক্ষা অধ্যায় ১৯)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৩৭

  • বছেৰেকীয়া সেৱা ৰিপৰ্ট: (১৫ মি.) এজন প্ৰাচীনৰ দ্বাৰা ভাষণ। শাখা কাৰ্য্যালয়ৰপৰা অহা বছেৰেকীয়া সেৱা ৰিপৰ্টটো পঢ়াৰ পাছত আগতিয়াকৈ নিৰ্বাচন কৰি ৰখা কেইজনমান প্ৰচাৰকৰ সাক্ষাৎকাৰ লওক, যিয়ে বিগত বছৰত, ঘোষণা কাৰ্য্য কৰাৰ সময়ত কিছুমান ভাল অনুভৱ লাভ কৰিবলৈ সক্ষম হৈছিল।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৫৫

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ১৩৩ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক