অক্টোবৰ ৩-৯
১ ৰাজাৱলি ১৭-১৮
গীত ৩২ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“তোমালোকে কিমান কাললৈ দুই নাওত দুই ভৰি দি থাকিবা?”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
১ৰাজা ১৮:১—এলিয়াৰ সময়ত ‘তিনি বছৰ ছমাহলৈকে’ বৰষুণ দিয়া নাছিল বুলি যীচুৱে কিয় কৈছিল? (লূক ৪:২৫; ia-HI ৮৬, বক্স)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ১ৰাজা ১৮:৩৬-৪৬ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। প্ৰথম সাক্ষাৎ: ভাল পৰামৰ্শ—২তীম ৩:১৬, ১৭ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত প্ৰশ্নবোৰ সোধাৰ সময়ত ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ শ্ৰোতাসকলক সোধক।
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। (শিক্ষা অধ্যায় ১২)
ভাষণ: (৫ মি.) w১৪-HI ২/১৫ ১৪-১৫—বিষয়: এগৰাকী বিধৱাৰ বিশ্বাসৰ পৰা শিকক (শিক্ষা অধ্যায় ১৩)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
মণ্ডলীৰ প্ৰয়োজনীয়তা: (১৫ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৯৩
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১৪০ আৰু প্ৰাৰ্থনা