ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 ছেপ্টেম্বৰ পৃষ্ঠা ১০
  • অক্টোবৰ ১০-১৬

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অক্টোবৰ ১০-১৬
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 ছেপ্টেম্বৰ পৃষ্ঠা ১০

অক্টোবৰ ১০-১৬

১ ৰাজাৱলি ১৯-২০

  • গীত ৩৩ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

  • “শান্ত্বনা পাবলৈ যিহোৱালৈ দৃষ্টি ৰাখক”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ১ৰাজা ১৯:১৯-২১—যদি আমাক যিহোৱাৰ সেৱাৰ লগত জড়িত কিবা নতুন দায়িত্ব দিয়া হয়, তেনেহʼলে এই ঘটনাৰ পৰা আমি কি শিকিব পাৰোঁ? (w৯৭-HI ১১/১ ৩১ ¶২)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ১ৰাজা ১৯:১-১৪ (শিক্ষা অধ্যায় ১২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • পুনৰ সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। পুনৰ সাক্ষাৎ: ভাল পৰামৰ্শ —যিচ ৪৮:১৭, ১৮ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত প্ৰশ্নবোৰ সোধাৰ সময়ত ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ শ্ৰোতাসকলক সোধক।

  • পুনৰ সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি আপোনাৰ কথা-বতৰা আগবঢ়াই নি থাকক। (শিক্ষা অধ্যায় ১৮)

  • বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন পাঠ ০৭, ভাগ ৭ আৰু “কিছুমান লোকে কয়” (শিক্ষা অধ্যায় ৭)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৪৫

  • সঠিক দৃষ্টিভংগী বজাই ৰাখক: (১৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক সোধক: সঠিক দৃষ্টিভংগী বজাই ৰাখিবলৈ আমি বাইবেলৰ কি কি সিদ্ধান্ত মনত ৰাখিব পাৰোঁ? যিহোৱাই এলিয়াক কেনেকৈ উৎসাহিত কৰিলে? যিহোৱাই কেনেকৈ আমাক উৎসাহিত কৰে আৰু আমাৰ যত্ন লয়?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৯৪, ৯৫

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ৫৭ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক