অক্টোবৰ ৩১–নবেম্বৰ ৬
২ ৰাজাৱলি ৩-৪
গীত ১৫১ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“তোমাৰ লৰাক লোৱা”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
২ৰাজা ৪:৩৮—“শিষ্য-ভাববাদী [“ভাববাদীৰ পুত্ৰ,” NW]” হয়তো কোন আছিল? (it-২-E ৬৯৭ ¶২)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ২ৰাজা ৩:১-১২ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। সাধাৰণতে কথা-বতৰাত অহা কোনো এটা বাধা কেনেকৈ পাৰ কৰিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ১৭)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি আপোনাৰ কথা-বতৰা আগবঢ়াই নি থাকক। (শিক্ষা অধ্যায় ২০)
ভাষণ: (৫ মি.) w১৩-HI ৮/১৫ ২৮-২৯—বিষয়: ইলীচাৰ দৰে নম্ৰ হৈ আপুনি যিহোৱাৰ সেৱা কেনেকৈ কৰিব পাৰে? (শিক্ষা অধ্যায় ১৫)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“আপোনজনাক হেৰুৱাৰ বেদনা কেনেকৈ সহন কৰিম?”: (১৫ মি.) আলোচনা। যেতিয়া আমি নিজৰ আপোনজনাক মৃত্যুত হেৰুৱাওঁ নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ১০০, ১০১
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১৩ আৰু প্ৰাৰ্থনা