ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 জানুৱাৰী পৃষ্ঠা ৬
  • জানুৱাৰী ২৩-২৯

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জানুৱাৰী ২৩-২৯
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 জানুৱাৰী পৃষ্ঠা ৬

জানুৱাৰী ২৩-২৯

১ বংশাৱলি ৪-৬

  • গীত ৪২ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

  • “মোৰ প্ৰাৰ্থনাৰ পৰা মোৰ বিষয়ে কি জানিব পাৰি?”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ১বং ৫:১০—যেতিয়া আমাৰ জীৱনত ডাঙৰ ডাঙৰ সমস্যা আহে, তেতিয়া হাগৰীয়াহঁতক পৰাজয় কৰা ইস্ৰায়েলীসকলৰ পৰা আমি কি শিকিব পাৰোঁ? (w০৫ ১০/১ ৯ ¶৭)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ১বং ৬:৬১-৮১ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আগবঢ়াই নি থাকক। (শিক্ষা অধ্যায় ৩)

  • পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। দেখুৱাক যে ব্যক্তিজনৰ লগত আপুনি বহুবাৰ কথা পাতিলে আৰু তেওঁ বেছিকৈ জানিবলৈ বিচাৰিছে। তেওঁক বাইবেল কিয় অধ্যয়ন কৰা উচিত? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব) আৰু ইয়াৰ ওপৰত আলোচনা কৰক। (শিক্ষা অধ্যায় ১৪)

  • বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন! পাঠ ০৮ আমি কি শিকিলোঁ, আপুনি কেনেকৈ উত্তৰ দিব আৰু লক্ষ্য (শিক্ষা অধ্যায় ৯)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১২৭

  • “চিকিৎসাৰ লগত জড়িত সমস্যাৰ সন্মুখীন হʼবলৈ এতিয়াৰে পৰা তৈয়াৰী কৰক”: (১৫ মি.) আলোচনা আৰু ভিডিঅʼ। এই ভাগ এজন প্ৰাচীনে আগবঢ়াব। ভিডিঅʼখন দেখুৱাৰ পাছত বেছিভাগ লোকক উত্তৰ দিবলৈ সুযোগ দিয়ক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী ভাগ ৮, কাহিনী ১১৪

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ১৪৬ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক