চেপ্টেম্বৰ ১৮-২৪
ইষ্টেৰ ৬-৮
গীত ১১৫ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“ইষ্টেৰৰ দৰে হওক, ভালদৰে কথা পাতক”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
ইষ্টে ৭:৪—যিহুদীসকলৰ বিনষ্ট হ’লে কেনেকৈ “ৰজাৰ ক্ষতি” হ’লহেঁতেন? (w০৬-HI ৩/১ ১১ ¶১)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ইষ্টে ৮:৯-১৭ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। সাধাৰণতে কথা-বতৰাত অহা কোনো এটা বাধা কেনেকৈ পাৰ কৰিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ৩)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আগবঢ়াই নি থাকক। তেওঁক সভাৰ বাবে নিমন্ত্ৰণ কৰক আৰু যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত কি হয়? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব) আৰু তাৰ ওপৰত আলোচনা কৰক। (শিক্ষা অধ্যায় ১২)
ভাষণ: (৫ মি.) w২২.০১ ১০-১১ ¶৮-১০—বিষয়: যাকোবৰ দৰে ভাল শিক্ষক হওক— সহজ-সৰল শব্দ ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১৭)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“কোনোবাই আমনি কৰিলে যিহোৱাৰ ওপৰত ভৰসা ৰাখক”: (১৫ মি.) ভিডিঅʼ আৰু আলোচনা।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ২৯
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৭৭ আৰু প্ৰাৰ্থনা