নবেম্বৰ ৬-১২
ইয়োব ১৩-১৪
গীত ১৫১ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“মানুহ মৰিলে পুনৰায় জীব নে?”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
ইয়ো ১৩:১২—ইয়োবে নিজৰ মিছলীয়া বন্ধুসকলৰ কথাক ধূলি বা ‘ছাইৰ’ নিচিনা হয় বুলি কিয় ক’লে? (it-১-E ১৯১)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ইয়ো ১৩:১-২৮ (শিক্ষা অধ্যায় ১২)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। প্ৰথম সাক্ষাৎ: বাইবেল—২তীম ৩:১৬, ১৭ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত প্ৰশ্নবোৰ সোধাৰ সময়ত ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ শ্ৰোতাসকলক সোধক।
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। সেই ব্যক্তিজনক এক অনন্ত জীৱন! ব্ৰচাৰখন দিয়ক। (শিক্ষা অধ্যায় ২)
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন! ভাগ ১-ত আপুনি কি শিকিলে? প্ৰশ্ন ১-৫ (শিক্ষা অধ্যায় ১৯)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
‘অলপ সাঁচি থবা’: (১৫ মি.) আলোচনা আৰু ভিডিঅʼ। এই ভাগ এজন প্ৰাচীনে আগবঢ়াব। মণ্ডলীৰ ভাই-ভনীসকলে ৰাজ্যৰ কামক সহযোগ কৰিবলৈ যাতে দান দিব পাৰে, তাৰ বাবে তেওঁলোকে আগতীয়াকৈ কিছুমান টকা সাঁচি ৰাখে। সেইবাবে, তেওঁলোকৰ প্ৰশংসা কৰক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ৩৪
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৮৯ আৰু প্ৰাৰ্থনা