অধ্যয়ন সংস্কৰণ
এপ্ৰিল ২০২০
অধ্যয়নৰ লেখ: জুন ১–জুলাই ৫, ২০২০
© 2020 Watch Tower Bible and Tract Society of Pennsylvania
এই কিতাপখন বিক্ৰীৰ বাবে নহয়। এই কিতাপখন গোটেই বিশ্বজুৰি হৈ থকা বাইবেল আধাৰিত শিক্ষাৰ এক ভাগ আৰু স্ব-ইচ্ছাৰে দিয়া বৰঙণিৰ দ্বাৰা এই কাৰ্য্য চলোৱা হয়। যদি আপুনি দান-বৰঙণি দিব বিচাৰে, তেনেহʼলে donate.jw.org -লৈ যাওক।
ইয়াত উল্লেখ কৰা শাস্ত্ৰীয় পদসমূহ অসমীয়া ভাষাৰ পবিত্ৰ বাইবেলৰপৰা (O.V.) লোৱা হৈছে। কিন্তু যিবোৰ শাস্ত্ৰপদৰ পাছত NW আছে, সেইবোৰ নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্ নামৰ ইংৰাজী বাইবেলৰপৰা অনুবাদ কৰা হৈছে। বাইবেলৰ কিছুমান শব্দ জোৰ দিবলৈ হেলনীয়াকৈ লিখা হৈছে।
বেটুপাতৰ ছবি:
ভাই জে. এফ. ৰাডাৰফোৰ্ড আৰু আন অভিষিক্ত সেৱকসকলে দুষ্ট ব্যৱস্থাৰ বিৰুদ্ধে সাহসেৰে ঈশ্বৰৰ ন্যায়-বিচাৰৰ ঘোষণা কৰিবলৈ আগভাগ লৈছে (অধ্যয়নৰ লেখ ১৪, অনুচ্ছেদ ৮ চাওক)