অধ্যয়ন সংস্কৰণ
জুলাই ২০২০
অধ্যয়নৰ লেখ: আগষ্ট ৩১–চেপ্টেম্বৰ ২৭, ২০২০
© 2020 Watch Tower Bible and Tract Society of Pennsylvania
এই কিতাপখন বিক্ৰীৰ বাবে নহয়। এই কিতাপখন গোটেই বিশ্বজুৰি হৈ থকা বাইবেল আধাৰিত শিক্ষাৰ এক ভাগ আৰু স্ব-ইচ্ছাৰে দিয়া বৰঙণিৰ দ্বাৰা এই কাৰ্য্য চলোৱা হয়। যদি আপুনি দান-বৰঙণি দিব বিচাৰে, তেনেহ’লে donate.jw.org-লৈ যাওক।
ইয়াত উল্লেখ কৰা শাস্ত্ৰীয় পদসমূহ অসমীয়া ভাষাৰ পবিত্ৰ বাইবেলৰপৰা (O.V.) লোৱা হৈছে। কিন্তু যিবোৰ শাস্ত্ৰপদৰ পাছত NW আছে, সেইবোৰ নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্ নামৰ ইংৰাজী বাইবেলৰপৰা অনুবাদ কৰা হৈছে। বাইবেলৰ কিছুমান শব্দ জোৰ দিবলৈ হেলনীয়াকৈ লিখা হৈছে।
ছবিৰ বিষয়ে:
যদিও দায়ূদ এজন ডেকা আছিল আৰু দেখিবলৈ দুৰ্বল আছিল, তথাপি তেওঁ গলিয়াথৰ লগত যুঁজ কৰিবলৈ ভয় কৰা নাছিল। তেওঁ যিহোৱাৰ ওপৰত ভৰসা কৰিছিল, কিয়নো তেওঁ জানিছিল গলিয়াথক পৰাজয় কৰিবলৈ যিহোৱাক তেওঁক শক্তি দিব আৰু তেওঁ গলিয়াথক হত্যা কৰে (অধ্যয়নৰ লেখ ২৯, অনুচ্ছেদ ১১ চাওক)