অধ্যয়নৰ লেখ
জানুৱাৰী ২০২২
অধ্যয়নৰ লেখ ফেব্ৰুৱাৰী ২৮–এপ্ৰিল ৩, ২০২২
© 2021 Watch Tower Bible and Tract Society of Pennsylvania
২০২২ চনৰ বাৰ্ষিক পাঠ:
‘যিহোৱাক বিচৰা লোকসকলৰ মঙ্গলৰ একো অভাৱ নহব।’—গীত. ৩৪:১০.
এই কিতাপখন বিক্ৰীৰ বাবে নহয়। এই কিতাপখন গোটেই বিশ্বজুৰি হৈ থকা বাইবেল আধাৰিত শিক্ষাৰ এক ভাগ আৰু স্ব-ইচ্ছাৰে দিয়া বৰঙণিৰ দ্বাৰা এই কাৰ্য্য চলোৱা হয়। যদি আপুনি দান-বৰঙণি দিব বিচাৰে, তেনেহ’লে donate.jw.org লৈ যাওক।
ইয়াত উল্লেখ কৰা শাস্ত্ৰীয় পদসমূহ অসমীয়া ভাষাৰ পবিত্ৰ বাইবেলৰপৰা (O.V.) লোৱা হৈছে। কিন্তু যিবোৰ শাস্ত্ৰপদৰ পাছত NW আছে, সেইবোৰ নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্ নামৰ ইংৰাজী বাইবেলৰপৰা অনুবাদ কৰা হৈছে। বাইবেলৰ কিছুমান শব্দ জোৰ দিবলৈ হেলনীয়াকৈ লিখা হৈছে।
বেটুপাতৰ ছবি:
মহাক্লেশৰ সময়ছোৱাত মাগোগ দেশীয় গোগৰ সৈনিকসকলে হয়তো আমাৰ ঘৰত আহি আক্ৰমণ কৰিব পাৰে। কিন্তু যীচু আৰু স্বৰ্গদূতে হয়তো আমাক চাই থাকিব আৰু আমাক সহায় কৰিব বুলি আমি বিশ্বাস কৰিব পাৰোঁ (অধ্যয়নৰ লেখ ১, অনুচ্ছেদ ১৩ চাওক)