JW লাইব্ৰেৰী আৰু JW.ORG ৱেবছাইটত উপলব্ধ তথ্য
আৰু কিছুমান বিষয়
ধৰ্মবোৰে ৰাজনীতিৰ লগত সম্পৰ্ক ৰখাটো উচিন নে?
পৃথিৱীত এনে বহুতো লোক আছে, যিসকলে যীচুৰ আজ্ঞা পালন কৰোঁ বুলি দাবী কৰে লগতে তেওঁলোকে ৰাজনীতিতো ভাগ লয়। এনে কৰাটো সঠিক হয়নে?
যিহোৱাৰ সাক্ষীসকলৰ অনুভৱ
তেওঁলোকে স্ব-ইচ্ছাৰে আগবাঢ়ি আহে—আলবেনিয়া আৰু কচʼবʼত
যি ভাই-ভনীয়ে নিজৰ দেশ এৰি এই ঠাইবোৰত সেৱা কৰিবলৈ আহিছে, তেওঁলোকে কেনেকৈ সমস্যাৰ সত্ত্বেও আনন্দেৰে সেৱা কৰিব পাৰিছে, তাৰ বিষয়ে জানক।
আপুনি দিয়া দান কেনেকৈ ব্যৱহাৰ কৰা হয়
এনে গীত যিয়ে আমাক ঈশ্বৰৰ কাষ চপায়
ব্ৰডকাষ্টিঙৰ কোনটো গান আপোনাক আটাইতকৈ বেছি ভাল লাগে। আপুনি জানেনে এইবোৰ গান কেনেকৈ প্ৰস্তুত কৰা হয়?