ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w25 ডিচেম্বৰ পৃষ্ঠা ৩২
  • যিহোৱাই আপোনাক ৰক্ষা কৰিব বুলি নিজৰ ভৰসা বঢ়াওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই আপোনাক ৰক্ষা কৰিব বুলি নিজৰ ভৰসা বঢ়াওক
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • মিল থকা বিষয়
  • সমস্ত মনেৰে সৈতে যিহোৱাত ভাৰসা ৰাখক
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • আপুনি নিজৰ ভাই-ভনীসকলক ভৰসা কৰিব পাৰে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • যিহোৱাই সদায় সঠিক কৰে বুলি আপুনি ভৰসা কৰেনে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • যিহোৱাই তেওঁক ভাৰসা কৰাসকলক সহায় কৰে
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
w25 ডিচেম্বৰ পৃষ্ঠা ৩২

অধ্যয়নৰ বাবে বিষয়

যিহোৱাই আপোনাক ৰক্ষা কৰিব বুলি নিজৰ ভৰসা বঢ়াওক

গণনা পুস্তক ১৩:২৫–১৪:৪ পঢ়ক আৰু চাওক যে ইস্ৰায়েলীসকলে যিহোৱাৰ ওপৰত ভৰসা নাই বুলি কেনেকৈ দেখুৱালে।

বেছিকৈ জানিবলৈ আশে-পাশে থকা পদবোৰ পঢ়ক। ইস্ৰায়েলীসকলে মিচৰ দেশৰ পৰা ওলাই অহাৰ পাছত যিহোৱাই তেওঁলোকক বচাব বুলি কিয় ভৰসা থকাৰ প্ৰয়োজন আছিল? (গীত. ৭৮:১২-১৬, ৪৩-৫৩) যিহোৱাৰ ওপৰত তেওঁলোকৰ ভৰসা কিয় কম হʼবলৈ ধৰিলে? (দ্বিতী. ১:২৬-২৮) যিহোচূৱা আৰু কালেবে যিহোৱাৰ ওপৰত ভৰসা কৰে বুলি কেনেকৈ দেখুৱালে?—গণ. ১৪:৬-৯.

অনুসন্ধান কৰক। যিহোৱাৰ ওপৰত ভৰসা বঢ়াবলৈ ইস্ৰায়েলীসকলে কি কৰিব পাৰিলেহেঁতেন? (গীত. ৯:১০; ২২:৪; ৭৮:১১) যিহোৱাৰ ওপৰত ভৰসা কৰা আৰু তেওঁক আদৰ কৰাৰ মাজত কি সম্পৰ্ক আছে?—গণ. ১৪:১১.

আপুনি কি শিকিলে, তাৰ বিষয়ে চিন্তা কৰক। নিজকে সোধক:

  • ‘কেনে পৰিস্থিতিত যিহোৱাৰ ওপৰত ভৰসা ৰখাটো মোৰ বাবে কঠিন হʼব পাৰে?’

  • ‘আজি আৰু আহিবলগীয়া সময়ত যিহোৱাৰ ওপৰত আৰু বেছিকৈ ভৰসা ৰাখিবলৈ মই কি কৰিব পাৰোঁ?’

  • মহা-সংকট আৰম্ভ হোৱাৰ পাছত মই কি কথাৰ ওপৰত বিশ্বাস ৰাখিব পাৰোঁ?—লূক ২১:২৫-২৮.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক