ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • g25 নং ১ পৃষ্ঠা ৩
  • পৰিচয়

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিচয়
  • সচেতন থাকক!—২০২৫
সচেতন থাকক!—২০২৫
g25 নং ১ পৃষ্ঠা ৩

পৰিচয়

বস্তু-বাহানিৰ দাম বাঢ়ি যোৱা দেখি আপুনি চিন্তিত হৈছে নে? দুবেলা দুমুঠি আহাৰৰ কাৰণে আপুনি দিনে-ৰাতিয়ে কাম কৰিবলগীয়া হয় নে? আপুনি নিজৰ পৰিয়ালৰ লগত বেছি সময় কটাব পৰা নাই নে? যদি এইদৰে হৈছে, তেনেহʼলে সচেতন থাকক! পত্ৰিকাৰ এই লেখ পঢ়ক। ইয়াত এনে পৰামৰ্শবোৰ দিয়া হৈছে, যিবোৰ পালন কৰিলে আপুনি নিজৰ পৰিস্থিতি ভাল কৰিব পাৰিব, আপোনাৰ চিন্তা কম হʼব আৰু আপুনি আনন্দত থাকিব পাৰিব। এই পত্ৰিকাৰ শেষৰ লেখত ভাল ভৱিষ্যতৰ বিষয়ে কোৱা হৈছে যাৰ ওপৰত আপুনি বিশ্বাস কৰিব পাৰে। আনকি এই আশাৰ পৰা আজিও আপুনি উৎসাহ লাভ কৰিব পাৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক