গীত নং ২৯
তোমাৰ নামক কৰোঁ মহান আমি!
(যিচয়া ৪৩:১০-১২)
১. যাঃ তু-মি হো-ৱা যে স-ৰ্ব-শ-ক্তি-মান,
প্ৰে-মে-ৰে ভ-ৰা তু-মি বু-দ্ধি-মান!
তু-মি সা-হ-সী, আ-মাৰ সৃ-ষ্টি-ক-ৰ্তা,
তু-মি-য়ে আ-মাৰ যে উ-দ্ধাৰ-ক-ৰ্তা!
হয় মন প্ৰ-ফু-ল্লিত ক-ৰি ৰা-জ্যৰ প্ৰ-চাৰ;
স-ক-লো লো-কক শু-নাই এই খ-বৰ।
(কোৰাচ)
ক-ৰোঁ গৌ-ৰৱ যে আ-মি তো-মাৰ সা-ক্ষী।
তো-মাৰ না-মক ক-ৰোঁ ম-হান আ-মি!
২. স-ত্য-য়ে আ-মাক এ-ক-তা-ৰে বা-ন্ধে,
ভা-তৃ-প্ৰেম আ-ৰু শা-ন্তি লৈ আ-নে।
তো-মাৰ বি-ষ-য়ে জ-না-ব-লৈ আ-নক
আ-মি উৎ-সা-হিত তাৰ-বা-বে কি-মান।
যাঃ তো-মাৰ না-মে দি-য়ে সেই প-ৰি-চয়,
ক-ৰি-মেই তো-মাৰ সে-ৱা যে নি-শ্চয়।
(কোৰাচ)
ক-ৰোঁ গৌ-ৰৱ যে আ-মি তো-মাৰ সা-ক্ষী।
তো-মাৰ না-মক ক-ৰোঁ ম-হান আ-মি!
(দ্বিতী. ৩২:৪; গীত. ৪৩:৩; দানি. ২:২০, ২১ পদবোৰো চাওক।)